ৰক্তাক্ত হৈ পৰিল নগাঁও চহৰৰ যজ্ঞেশ্বৰ শৰ্মা পথ । ক্ৰিকেটৰ বেটেৰে এজনক দলবদ্ধভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিলে একাংশ উদণ্ড যুৱকে । নগাঁৱৰ ফৌজদাৰিপট্টিৰ আছিকুল আলি নামৰ যুৱকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আন একাংশ যুৱকে । ক্ৰিকেটৰ বেট আৰু ইটাৰে প্ৰহাৰ কৰাৰ ফলত মূমুৰ্ষ হৈ পৰা আছিকুলক একাংশ প্ৰত্যক্ষদৰ্শীয়ে ভৰ্ত্তি কৰে
Category: Assamese News
বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে অৱশেষত বেদখলমুক্ত হ’ল চৰাইদেউৰ চুকাফা মৈদাম। বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে। চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ চিন্তা-চৰ্চা কৰা বুলি মন্তব্য সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামটো অৱশেষত বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে। মন কৰিবলগীয়া যে ২০১৫ চনত
পুনৰ বৃদ্ধি হ’ল বিদ্যুৎ মাচুল। সঘনাই বিদ্যুৎ মাচুল বৃদ্ধিক লৈ আপৰ অসম ৰাজ্যিক কমিটিৰ অসন্তুষ্টি প্ৰকাশ। শেহতীয়াকৈ শনিবাৰে বিদ্যুৎ মাচুল পুনৰ বৃদ্ধি কৰাক লৈ জাননী জাৰি কৰাৰ পিছত সমগ্ৰ বিষয়টোৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আপৰ অসম ৰাজ্যিক নেতৃত্বই সংবাদ মেল অনুষ্ঠিত কৰে। আপৰ গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ
২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তাৱ বুধবাৰে সংসদত দাখিল কৰিব। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে লোকসভাত বিত্তীয় জৰীপৰ প্ৰতিবেদন দাখিল কৰে। সমীক্ষা প্ৰতিবেদনত পূৰ্বাভাস কৰা হৈছে যে অহা বিত্তীয় বৰ্ষত (২০২৩-২৪) দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ হাৰ ছয় শতাংশৰ পৰা ৬.৮ শতাংশ হ’ব পাৰে। অৰ্থাৎ, যোৱা তিনিটা বিত্তীয় বৰ্ষত বিকাশৰ হাৰ
আমাৰ ছালত পোৱা মেলানিন নামৰ ৰঞ্জকৰ পৰিমাণৰ ওপৰত আধাৰিত কৰি মানুহৰ বৰণ নিৰ্ধাৰণ হয়। মানুহৰ ছালৰ ৰঙৰ ইতিহাস চাওঁ আহক। ডাঠ বা ক’লা ছালে আমাক কেনেদৰে সুৰক্ষা দিয়ে? এই কাহিনীটোৰ গুৰিটো আছে চুলিত !ডাঠ ছাল থকা লোকসকলৰ অধিক মেলানিন থাকে (বেছিভাগ জীৱৰ ছালৰ কোষত পোৱা প্ৰাকৃতিক ৰঞ্জকৰ এটা গোটৰ বাবে