20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

নগাঁৱত ক্ৰিকেট বেটেৰে দলবদ্ধ প্ৰহাৰ,ৰক্তাক্ত হ’ল ৰাজপথ

Assamese Newsনগাঁৱত ক্ৰিকেট বেটেৰে দলবদ্ধ প্ৰহাৰ,ৰক্তাক্ত হ'ল ৰাজপথ

ৰক্তাক্ত হৈ পৰিল নগাঁও চহৰৰ যজ্ঞেশ্বৰ শৰ্মা পথ । ক্ৰিকেটৰ বেটেৰে এজনক দলবদ্ধভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিলে একাংশ উদণ্ড যুৱকে ।

নগাঁৱৰ ফৌজদাৰিপট্টিৰ আছিকুল আলি নামৰ যুৱকজনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আন একাংশ যুৱকে । ক্ৰিকেটৰ বেট আৰু ইটাৰে প্ৰহাৰ কৰাৰ ফলত মূমুৰ্ষ হৈ পৰা আছিকুলক একাংশ প্ৰত্যক্ষদৰ্শীয়ে ভৰ্ত্তি কৰে নগাঁও অসামৰিক চিকিৎসালয়ত ।

ইপিনে আন একাংশ পথচাৰীয়ে এই ঘটনাৰ সৈতে জড়িত ৰাহুল বৰা আৰু আয়েশ আলম নামৰ কলেজীয়া ছাত্ৰ দুজনক কৰায়ত্ত কৰি ৰাজপথত আঠু কঢ়াই আৰক্ষীৰ হাতত গতাই দিয়ে । অৱশ্যে দলবদ্ধ আক্ৰমণৰ সৈতে জড়িত বাকীসকল যুৱকে পলায়ন কৰে ।

কি কাৰণত বিদ্যামন্দিৰ জুনিয়ৰ কলেজত অধ্যয়নৰত ছাত্ৰ গৰাকীক এনেদৰে দলবদ্ধভাৱে আক্ৰমণ কৰা হ’ল সেয়া এতিয়াও ৰহস্যৰ আবৰ্ত্তত ।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!