20.6 C
Assam
Tuesday, March 21, 2023

Featured News

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

ড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ ডবকা আৰক্ষীৰ !

Assamese Newsড্ৰাগছ সৰবৰাহকাৰীক এনকাউন্টাৰ ডবকা আৰক্ষীৰ !

ড্ৰাগছৰ সৰবৰাহকাৰীক এনকাউন্টাৰ ডবকা আৰক্ষীৰ |

গুলিবদ্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম শ্বৰিফ উদ্দিন |

শ্বৰিফৰ ঘৰ ডবকাৰ নাহাৰ গাৱত |

নাহাৰগাৱত শ্বৰিফলৈ লক্ষ্য কৰি গুলিচালনা কৰে আৰক্ষীয়ে |

এখন স্কুটি বাহনো জব্দ কৰিছে আৰক্ষীয়ে |

গুলিবিদ্ধ শ্বৰিফক নগাও হস্পিতাললৈ প্ৰেৰণ |

ঘটনাৰ লগত জড়িত স্বোজন নামৰ আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে |

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!