শনিবাৰৰ দুপৰীয়া শিলচৰ চহৰৰ সমীপত শিলচৰ- কালাইন পথৰ তোপখানাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে৷ এখন বাইক আৰু মাৰুতি ভেনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা৷ ৰানীঘাটৰ দিশৰ পৰা শিলচৰলৈ আহি থকা বাইক খনৰ স’তে বিপৰীত দিশৰ পৰা যোৱা মাৰুতি ভেন খনৰ মাজত মুখামুখী সংঘৰ্ষ হয়৷ ফলত বাইকৰ পিছ ফালৰ
Category: Assamese News
দলঙৰ পৰা এখন যাত্ৰীবাহী বাছ নদীত পৰি কমেও ৩৯ জন লোকৰ মৃত্যু হয়। আহত কেবাজনো লোক । শনিবাৰে মাজনিশা পাকিস্তানৰ বেলুচিস্তানৰ লাচবেলাত সংঘটিত হয় এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, ৪৮ জন যাত্ৰী কঢ়িয়াই অনা বা কোৱেটা প্ৰদেশৰ পৰা কৰাচীলৈ গৈ আছিল। লাচবেলাৰ সমীপত থকা এখন নদীৰ দলঙৰ ওপৰেৰে তীব্ৰ গতিত ঘূৰি যাওঁতে চালকজনে
চিকিৎসালয়ত মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া পুত্ৰ । আজি কলিজা আইতাৰ খবৰ ল’বলৈ চিকিৎসালয়লৈ আহিল তেওঁৰ সৰু পুত্ৰ। নিজেও চিকিৎসাৰ বাবে যোৱা এমাহ ধৰি বেংগালোৰতে আছিল যদিও মাতৃৰ অসুস্থ হোৱাৰ খবৰ পোৱাৰে পৰা খবৰ কৰি আছিল সৰু পুত্ৰই। উল্লেখ্য যে কলিজা আইতাৰ চাৰিজন ল’ৰা- ছোৱালীৰ তিনিজনৰেই ইতিমধ্যে মৃত্যু হৈছে । ডাঙৰ পুত্ৰৰ মৃত্যুৰ পাছত
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নাম্পংত আসাম ৰাইফল’ছৰ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত। অভিযানৰ সময়ছোৱাত আসাম ৰাইফল’ছৰ জোৱানে দুটাকৈ আগ্নেয়াস্ত্রসহ দুজন NSCN (K-YA)ৰ সক্ৰিয় সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটোকাধিন NSCN (K-YA) সদস্য কেইজনৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰীসমূহ হৈছে এটা চাইনিজ AK ৰাইফল, ২টা মেগাজিন, AK ৰাইফলৰ ৪৯০ ৰাউণ্ড সজীৱ গুলি, এটা
ৰাজ্যত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ বর্তমানৰ ৰাজ্য চৰকাৰ৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বাল্য বিবাহ ৰোধ আৰু ১৮ বছৰৰ তলৰ ছোৱালীয়ে সন্তান জন্ম দিয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিব৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ এইক্ষেত্রত ৰাইজৰ মাজত সজাগতা