শুই থকাৰ সময়ত নিয়মিতভাৱে দুঃস্বপ্ন দেখা পোৱাটো এক চিন্তাৰ কাৰণ হ’ব পাৰে। গৱেষকসকলে প্ৰকাশ কৰিছে যে এই লক্ষণ মধ্যবয়সীয়া লোকৰ জ্ঞানশক্তিৰ অৱনতিৰ আৰু বয়স বৃদ্ধিৰ লগে লগে ডিমেনচিয়া হোৱাৰ সম্ভাৱনাও হ’ব পাৰে। এক অধ্যয়ণত বিৰক্তিকৰ সপোনৰ কম্পাঙ্ক আৰু জ্ঞানশক্তিৰ অৱনতিৰ আশংকাৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা হৈছিল। লেন্সেট ডিস্কভাৰী চাইন্সৰ অংশ
Category: Assamese News
চিকিৎসকৰ ওচৰলৈ যিবোৰ সমস্যা লৈ প্রায়ে ৰোগী যায়, সেইবোৰৰ ভিতৰত অন্যতম এটি হৈছে হজমজনিত সমস্যা। খাদ্য ঠিকমতে হজম নহ’লে ইয়াৰ প্রভাৱ সম্পূৰ্ণ শৰীৰত পৰে। আমাৰ পাকস্থলীৰ গাত সূক্ষ্ম এখন ঝিল্লি বা আৱৰণ আছে। পাকস্থলীক ক্ষতিকাৰক বীজাণু আৰু খাদ্যৰ এচিডৰ পৰা ই বচায়। কোনো কাৰণত এই পৰ্দা ক্ষতিগ্রস্ত হ’লে এচিডৰ সংস্পর্শত
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পাইছে। এটা শেহতীয়া অধ্যয়নে এই তথ্য প্ৰকাশ কৰিছে। অধ্যয়ন অনুসৰি, প্ৰায় ৭০ শতাংশ শিক্ষাৰ্থীয়ে দিনে কমেও ৩-৪ ঘণ্টাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে। ইয়াৰ ভিতৰত, ৬৬ শতাংশ শিশুৱে নিশা শুবলৈ যোৱাৰ আগতে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। মাজনিশালৈকে, নেট মিডিয়া
GS ৰোডত ২০২১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱ নিৰ্মিত পদপথ সেতুৰ শুভাৰম্ভণি কৰিছিল। কিন্তু এতিয়া সেই পদপথ সেতুতে চলিছে অনৈতিক কাৰ্যকলাপ। হয় আপুনি ঠিকেই শুনিছে। খোদ পদপথ সেতুত নিয়োজিত হৈ থকা চিকিউৰিটি গাৰ্ডে উদঙালে এই ভয়ংকৰ তথ্য। ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত মহিন্দ্ৰা শ্ব ৰুমৰ
‘সন্তান জন্ম দিবলৈ ৰৈ নাথাকিব, ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত জন্ম দিয়ক সন্তান’’। সন্তান জন্ম দিয়াক লৈ ৰাজ্যবাসীক বিশেষ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ