Category: Assamese News

মহাশিৱ পুৰাণৰ মতে ভক্তি মাৰ্গ

মহাশিৱ পুৰাণৰ মতে ভক্তি মাৰ্গ

ত্ৰিলোকত ভক্তিৰ পথতকৈ অধিক আনন্দদায়ক একো নাই আৰু চাৰিওটা যুগত, যি ঈশ্বৰৰ ভক্তিৰ এই পৱিত্ৰ সাগৰত ডুব দিয়ে, সি নিশ্চিতভাৱে মোক্ষ্য প্ৰাপ্ত কৰিব পাৰে আৰু ভৱ সগৰৰ পৰা সকাহ পাব পাৰে । কলি যুগত এয়ে অধিক আনন্দদায়ক, কাৰণটো হৈছে মানুহৰ জ্ঞান আৰু অনীহা দুয়োৰে অভাৱ। ভক্তি হৈছে একমাত্ৰ পথ যাৰ

আপোনাৰো আছে নেকি এই তিনিটা লক্ষণ

আপোনাৰো আছে নেকি এই তিনিটা লক্ষণ

মহাভাৰতত বিদুৰে এই ৩টা লক্ষণৰ কথা উল্লেখ কৰিছে। যাৰ মাজত এই ৩ টা লক্ষণ দেখা যায়,তেনে ব্যক্তিৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ সদায়ে থাকে। সেই ব্যক্তিজনক কোনেও একো কৰিব নোৱাঁৰে। তলত সেই বিশেষ লক্ষণ তিনিটা উল্লেখ কৰা হল। মহাদেৱৰ কৃপা প্ৰাপ্ত ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰি ভালপাই। এনে ব্যক্তি দেখাতকৈ গুণ বেলেগ

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

মহাদেৱৰ আশীষ বিছাৰে যদি আজিয়ে জানি লওক

শাওণ মাহৰ প্ৰত্যেক সোমবাৰেক কৰাহয় যদি, এই সৰু কামটি, তেন্তে মনে যি বিচাৰে, সেয়াই লাভ কৰিব পাৰিব। অৰ্থাৎ মহাদেৱৰ শুভ দৃষ্টি পৰিব আপোনাৰ ওপৰত। হিন্দু পুৰাণ আৰু শিৱ পুৰাণৰ অনুসৰি,শাওণ মাহ হৈছে দেৱাদিৱে মহাদেৱৰ অত্যন্ত প্ৰিয় মাহ। শাওণ মাহ, লক্ষ্য লক্ষ্য ভক্ত সকলৰ বাবে পৱিত্ৰ মাহ। সেয়ে আমি শাওণ মাহত

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে

হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে

ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি

ম’বাইল ফোনৰ ছাৰ্জ ১০০ শতাংশ নকৰিব

ম’বাইল ফোনৰ ছাৰ্জ ১০০ শতাংশ নকৰিব

আজি কালি প্ৰায় সকলোৰে হাতত  দেখা যায় স্মাৰ্টফোন৷ যিসকলে অনলাইনৰ জৰিয়তে কাম কৰে তেওঁলোকৰ বাবে স্মাৰ্টফোন অতি জৰুৰী৷ সেয়ে ওৰে নিশা এনেলোকে ফোনটো ছাৰ্জত ৰাখে৷ পিছে স্মাৰ্টফোনটো ছাৰ্জ দিয়াৰ ক্ষেত্ৰত কেইটামান দিশত সচেতন হোৱাটো জৰুৰী৷ যেনে– ১৷ স্মাৰ্টফোনটো তেতিয়াহে ছাৰ্জত দিয়া উচিত, যেতিয়া ফোনটোৰ বেটাৰীৰ ছাৰ্জ ৫০ শতাংশতকৈ ক’ম থাকে৷