হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম ভগৱান শ্ৰী গণেশ। ভাৰতৰ সকলো ঠাইতে সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম তথা ভাৰতৰ বাহিৰতো ব্যাপকভাৱে গণেশৰ আৰাধনা কৰা হয়।পুৰাণত উল্লেখিত বিৱৰণ অনুসৰি, ভগৱান শিৱ আৰু পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ গণেশ। ভগৱান গণেশক বিঘ্নহৰ্তা বুলি জনা যায়,
Category: Assamese News

পূর্বৰ তুলনাত এইবাৰ বহু পৃথক হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্রিক)৷ নতুন শিক্ষা নীতি অনুসৰি চাৰিটা বিষয় ক্রমে ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ প্রশ্ণকাকতৰ সমান্তৰালভাৱে পৃথক হ’ব উত্তৰবহীও৷ এই প্রশ্ণকাকতত অবজেক্টিভ ধৰণৰ প্রশ্ণ থাকিব ৫০ শতাংশ৷ আনহাতে, বর্ণনামূলক প্রশ্ণ থাকিব ৫০ শতাংশ৷ অর্থাৎ শিক্ষার্থীয়ে ১ নম্বৰৰ ৫০টা প্রশ্ণৰ উত্তৰ
বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহুচৰ্চিত ছবি পাঠানৰ প্ৰদৰ্শনী বন্ধ কৰাৰ দাবীত হিন্দুত্ববাদী সংগঠন বজৰং দলে গুৱাহাটীৰ নাৰেংগীস্থিত গল্ড ডিজিটেল চিনেমা গৃহৰ পাঠানৰ পষ্টাৰ জ্বলাই দিয়া ঘটনাই সমগ্ৰ দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হিন্দুত্ববাদী দল সংগঠনৰ প্ৰতিবাদৰ মাজতে গুৱাহাটীৰ চিনেমাগৃহ সমূহত প্ৰথম তিনি দিনলৈ পাঠান হাউছফুল হৈ আছে৷ বজৰং দলে প্ৰতিবাদ
কমতাপুৰৰ প্ৰস্তাৱিত নক্সা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ছোৱাহান আলি সৰকাৰে। বিহাৰ, পশ্চিম বংগ আৰু অসমৰ কিছু অঞ্চল লৈ এখন মেপ ওলাইছে বুলি কয় বিধায়কগৰাকীয়ে। মেপখনত ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাছাৰৰ জিলাৰ কিছু অংশ দেখুওৱা হৈছে বুলিও কয় বিধায়ক আব্দুছ ছোৱাহান আলি সৰকাৰে। অসমৰ এই