সেয়া ৰাম সীতা লক্ষ্মণৰ বনবাসৰ সময়ত।। দশৰথ ৰজাৰ পিণ্ড দান কৰিবলৈ.. গয়াৰ এখন নদীৰ পাৰত ৰাম সীতা লক্ষ্মণ.. উপস্থিত হল।। পণ্ডিত জনে যি যি বস্তু লাগে কৈছিল.. সেই বস্তু কেইপদ আনিবলৈ লক্ষ্মণ গল।। বহু সময় অতিবাহিত হৈছিল।। পণ্ডিত জনে সময় বেছি নাই কোৱাত.. শ্রী ৰামে লক্ষ্মণক বিচাৰি গল। ইফালে পণ্ডিত
Category: Assamese News
⭕গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধী সকলক লৈ হেতালি খেলিছে গুৱাহাটী বিশ্ববিদ্যালয়ে ⭕ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে তালিকা প্ৰকাশ কৰক গুৱাহাটী, ১৯জানুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে ৰাজ্যৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰতিবন্ধী সকলক লৈ হেতালি খেলিছে গুৱাহাটী বিশ্ববিদ্যালয়ে৷ যাৰবাবে জাঙুৰ খাই উঠিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আজি
টীয়কৰ প্ৰতিবেদক ১৯ জানুৱাৰী/২৩ : নিষিদ্ধ ঘোষিত আলফাৰ নামত ধন দাবী কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে টীয়কৰ কাকজানৰ চিৰাজুল হুছেইন নামৰ এজন যুৱক।জানিব পৰা মতে চিৰাজুলে কাকজান অঞ্চলৰ দুজন ব্যক্তিক আলফাৰ নথিত এখন চিঠি লিখি এজনক একলাখ আৰু আন এজনক সত্তৰ হাজাৰ টকা দাবী কৰিছিল আৰু ধন দাবী পুৰণ নকৰিলে
টীয়কৰ প্ৰতিবেদক ১৯ জানুৱাৰী/২৩: টীয়কৰ হস্পিতাল পথত টীয়কৰ কেন্দ্ৰীয় পুথিভঁৰালৰ সমীপত পি কে ক্ৰিয়েচনৰ উদ্যোগত তথা ফেচন জগতৰ অন্যতম যুৱ প্ৰজন্মৰ প্ৰতিভাবান যুৱতী প্ৰেৰণা গগৈৰ নেতৃত্বত সদৌ অসম ভিত্তিক মিষ্টাৰ আৰু মিচ কিডচ্ 2023 শীৰ্ষক এক সৌন্দৰ্য প্ৰতিযোগিতা কালি সন্ধ্যা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনি এগছি বন্তি জ্বলাই শুভাৰম্ভ কৰে
মাত্র এদিন পূর্বে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ফৰাচী সন্ন্যাসিনী ছিষ্টাৰ আন্দ্রেৰ দেহাৱসান ঘটিছে৷ ১১৮ বছৰ বয়সত আন্দ্রেৰ দেহাৱসানৰ পিছত এতিয়া ১১৫ বছৰীয়া স্পেইনৰ মহিলা মাৰিয়া ব্রানিয়াছ মোৰেৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে চিহ্ণিত হৈছে৷ আশ্চর্যৰ বিষয়টো হৈছে জীৱন কালত এদিনৰ বাবেও হাস্পতাল বা স্বাস্থ্যকেন্দ্রলৈ যাবলগীয়া হোৱা নাই ১১৫ বছৰীয়া মাৰিয়াই৷