সাধাৰণতে খেতিয়কসকলে মুগ, মচুৰ, অৰহৰ, মটৰ আদি বিভিন্ন প্রকাৰৰ দালি খেতি কৰে৷ আটাইকেইবিধ দাইলৰেই পুষ্টিকৰ লগতে উপকাৰী গুণ আছে৷ তাৰ ভিতৰৰে মচুৰ দালিৰ কি কি পুষ্টিকৰ গুণ আছে আমি হুতেই নাজানো৷ হু ছৰৰ আগৰে পৰা মচুৰ দাইল খাদ্যৰূপে গ্রহণ কৰিছিল৷ প্রথমে গ্রীচ, তাৰ পিছত পেলেষ্টাইন, তুক্ আৰু তাৰ পিছত ক্রমে
Category: Assamese News
সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এহাল স্বামী–স্ত্রীয়ে বিচ্ছেদ বিচাৰিব পাৰে৷ কিন্তু তেওঁলোকৰ এনে সিদ্ধান্তই তেওঁলোকৰ সন্তানৰ জীৱন দুর্বিষহ কৰি তুলিব পাৰে৷ শেহতীয়া এক গৱেষণাত প্রকাশ পাইছে যে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও তেওঁলোকে আনৰ পৰা আঁতৰত অৱস্থান কৰে৷
খেলৰ প্ৰাকক্ষণত বয়োজ্যেষ্ঠক সম্বৰ্ধনা জনালে সমাজকৰ্মী লাচিত গগৈয়ে। টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল বিজেপিৰ অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত শনিবাৰৰ পৰা হাঁহচৰাত চাৰিদিনীয়াকৈ সদৌ অসম ভিত্তিক প্ৰাইজমণি দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।কালি নিশা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি যোৰহাটৰ এজাৰগুৰি ৰুবুল একাদশ বনাম প্ৰাকজোতিষ একাদশ মাজত অনুষ্ঠিত
লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চটাই ঘৰফলীয়াত আজি মাছ ধৰাৰ উদ্দেশ্যে সিঁচা এটা পুখুৰীত এটি পুৰণি পিষ্টল পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় ৷ জানিব পৰামতে গাঁওখনৰ কেইজনমান যুৱকে আজি গাঁৱৰে এটা পুখুৰী সিঁচি মাছ ধৰি থাকোতেই বোকাত এটা মামৰে ধৰা পিষ্টল প্ৰত্যক্ষ কৰে ৷ আচম্বিত হৈ যুৱককেইজনে স্হানীয় লাহদৈগড় আৰক্ষীক বিষয়টো অৱগত
বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰি ট্ৰাক চালকসকলৰ চকু কৰিলে পৰীক্ষা। যোৰহাট, ১২ জানুৱাৰী: সমগ্ৰ ভাৰতবৰ্ষতে যোৱা ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈকে পথ সুৰক্ষা সপ্তাহ উদযাপন কৰিছে।ব্যতিক্ৰম নহয় টীয়কতো।আজি টীয়কৰ মেলেংস্থিত পথ নিৰ্মাতা কোম্পানীৰ VPIL আৰু SIPLৰ কেম্পৰ প্ৰাংগণত এক সজাগতা সভা অনুষ্ঠিত হয় NHIDCL,VPIL আৰু SIPL ৰ উদ্যোগত আয়োজিত