Category: Assamese News

দৰ্শকে মোবাইল, মানিবেগ, লাঠি নথকা ফ্লেগহে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব

দৰ্শকে মোবাইল, মানিবেগ, লাঠি নথকা ফ্লেগহে ষ্টেডিয়ামৰ ভিতৰলৈ নিব পাৰিব

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে অসম ক্ৰিকেট সন্থাই । এই কথা আজি সংবাদমেলযোগে সদৰী কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি

অসমত জন্ম হ’ল খিলঞ্জীয়া মুছলমানৰ নতুন সংগঠন

অসমত জন্ম হ’ল খিলঞ্জীয়া মুছলমানৰ নতুন সংগঠন

অসমত নতুনকৈ জন্ম হ’ল খিলঞ্জীয়া মুছলমানৰ নতুন সংগঠন । গোলাঘাটৰ বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰত শনিবাৰে জন্মলাভ কৰা নতুন সংগঠনটোৰ নাম হৈছে ‘সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, খিলঞ্জীয়া’ । সংগঠনটোৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হৈছে ঈচাদ হুছেইন । আনহাতে, কাৰ্যকৰী সভাপতি হিচাপে নুৰুল আলী আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় পাপু

নগাঁৱত ৰণাংগন প্ৰকাশন গোষ্ঠীৰ উদ্যোগত শিক্ষাবিদ, অধিবক্তা,সমাজকৰ্মী শুকুৰাম দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকীত স্মৃতিচাৰণ সভা

নগাঁৱত ৰণাংগন প্ৰকাশন গোষ্ঠীৰ উদ্যোগত শিক্ষাবিদ, অধিবক্তা,সমাজকৰ্মী শুকুৰাম দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকীত স্মৃতিচাৰণ সভা

নিউজ ব্যুৰ’,নগাঁও,৭জানুৱাৰী:–নগাঁৱৰ ৰণাংগন প্ৰকাশন গোষ্ঠীৰ উদ্যোগত শনিবাৰে বিশিষ্ট শিক্ষাবিদ অধিবক্তা,সমাজকৰ্মী প্ৰয়াত শুকুৰাম দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই উপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আৰম্ভণিতে প্ৰয়াত দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথে।

টীয়কৰ হাঁহচৰাত কলিয়াপানী বিজেপি অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত সদৌ অসম দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত

টীয়কৰ হাঁহচৰাত কলিয়াপানী বিজেপি অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত সদৌ অসম দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত

টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল বিজেপিৰ অবিচি মৰ্চা আৰু যুৱ মৰ্চাৰ উদ্যোগত কালি সন্ধ্যা ৰ পৰা হাঁহচৰাত চাৰিদিনীয়াকৈ সদৌ অসম ভিত্তিক প্ৰাইজমণি দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। কলিয়াপানী মণ্ডল বিজেপিৰ উপ সভাপতি অভিজিত বৰুৱাই আতধৰা উক্ত প্ৰতিযোগিতাৰ উদ্বোধনী সভাত জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি পাশ্বজ্যোতি বৰা,কলিয়াপানী

চকুৰ দৃষ্টিশক্তি দুৰ্বল কৰিব পৰা সাধাৰণ ভুলবোৰ

চকুৰ দৃষ্টিশক্তি দুৰ্বল কৰিব পৰা সাধাৰণ ভুলবোৰ

চকু হৈছে মানৱ শৰীৰৰ এক মূল্যৱান অংশ যাৰ সহায়ত পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। সেইকাৰণে মানুহে নিজৰ চকুৰ ভাল যত্ন লোৱা উচিত। কিন্তু মানুহে প্ৰতিদিনে এনে কিছুমান ভুল জ্ঞাত বা অজ্ঞাতভাৱে কৰে, যাৰ ফলত চকু ক্ষতিগ্ৰস্ত হ’ব পাৰে। ইয়াৰ ফলত চকুৰ বিষ, মূৰৰ বিষ, চকু গধুৰ লগা, চকু শুকাই যোৱা