Category: Assamese News

মাৰণাস্ত্ৰসহ ৰঙিয়া আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল ।

মাৰণাস্ত্ৰসহ ৰঙিয়া আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল ।

পৰিকল্পনা আছিল CSP এজেন্টৰ পৰা ধন কাঢ়ি নিয়াৰ । ৰঙিয়াত পিষ্টল সহ তিনি দুৰ্ধৰ্ষ ডকাইত আৰক্ষীৰ জালত । গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু CRPF বাহিনীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোঁচাইটি চকত চলাইছিল তালাচী অভিযান । অভিযানত এখন পালচাৰ বাইকত অহা দুটা ডকাইতক ৮ টা সজীৱ গুলী, ৭.৬৫ এম এম পিষ্টল

গেলেকীৰ দেওপানী ইটাখোলা খনা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

গেলেকীৰ দেওপানী ইটাখোলা খনা গাঁৱত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী ইটাখোলাত নিজ জোৱায়েকে অতি নিষ্ঠুৰ ভাৱে হত্যা কৰি বাৰি চুকৰ এটা গাঁতত পুতি থোৱা অৱস্থাত খান্দি উদ্ধাৰ কৰে এজন ৬০ বছৰীয়া বৃদ্ধক । মৃতদেহটো চিকাৰী ঘাটোৱাৰ বুলি জানিব পৰা গৈছে। চিকাৰী ঘাটোৱাৰক জোৱায়েক ,নিজ কন্যা আৰু নিজ পত্নীয়ে মিলি ১ জানুৱাৰী তাৰিখে এডাল

ৰাষ্ট্ৰীয় মডেলিং জগতত পুনৰ জিলিকিল টীয়কৰ ৰিতৃষ্ণা গগৈ l

ৰাষ্ট্ৰীয় মডেলিং জগতত পুনৰ জিলিকিল টীয়কৰ ৰিতৃষ্ণা গগৈ l

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মডেলিং জগতত পুনৰ সুনাম কঢ়িয়াই সমগ্ৰ অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়ক নগৰৰ নিবাসী সুৰেশ গগৈ আৰু প্ৰতিমা গগৈৰ বৰ কন্যা ৰিতৃষ্ণা গগৈয়ে।সদ্য কলকতাত অনুষ্ঠিত Super model of india International শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান দখল কৰি Miss super model -2022 খিতাপ

নিবনুৱাৰ বাবে সুখবৰ !

নিবনুৱাৰ বাবে সুখবৰ !

যি সকল নিবনুৱাই ঘৰত বহি আছে অৰ্থৰ অভাৱত নিজা ব্যৱসায় আৰম্ভ কৰিব পৰা নাই ,তেওঁলোকৰ বাবে সুখবৰ । অতি সহজতে লোন প্ৰদান কৰিব Andromeda বিত্তীয় প্রতিষ্ঠানে । আজি ৰঙিয়া চহৰত Andromeda নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান মুকলি কৰা হয় । যিসকল লোকে বেংকত লোন বিচাৰি হাবাথুৰি খাই লোন নাপাই ,সেই সকল

ওদালগুৰি পানেৰীত আদিবাসী উগ্ৰপন্থী সংগঠন ‘আনলা’ৰ অস্ত্ৰ সম্বৰণ

ওদালগুৰি পানেৰীত আদিবাসী উগ্ৰপন্থী সংগঠন ‘আনলা’ৰ অস্ত্ৰ সম্বৰণ

আদিবাসী জনগোষ্ঠীটোৰ পৰা হাবি-জংঘললৈ ওলাই গৈ জন্ম লোৱা বিভিন্ন অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে ইতিমধ্যে মূল সুঁতিলৈ উভতি আহি যোৱা ১৫ চেপ্তেম্বৰ ২০২২ তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৫ টাকৈ উগ্ৰপন্থী সংগঠনৰ সৈতে আদিবাসী শান্তি চুক্তি স্বাক্ষৰিত হয় | এই সংগঠন সমূহৰ ভিতৰত