Category: Assamese News

বিগত ২০২২ বৰ্ষত সম্পূৰ্ণ সুৰক্ষিত হৈ ৰ’ল অসম গৌৰৱ এশিঙিয়া গঁড়

বিগত ২০২২ বৰ্ষত সম্পূৰ্ণ সুৰক্ষিত হৈ ৰ’ল অসম গৌৰৱ এশিঙিয়া গঁড়

নিউজ ব্যুৰ’,নগাঁও,৬জানুৱাৰী:– বছৰৰ প্ৰথমতেই ৰাজ্য তথা দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে এটিকৈ ভাল খবৰে । বিগত বৰ্ষত সম্পূৰ্ণ সুৰক্ষিত হৈ ৰ’ল অসম গৌৰৱ এশিঙিয়া গঁড় । একালত গঁড়ৰ তেজৰে তুমৰলি হোৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ বননিত নিৰাপদে ৰ’ল অসম সম্পদ । এটা বছৰত চোৰাং চিকাৰীৰ গুলীয়ে লক্ষ্যভেদ কৰিব নোৱাৰিলে

প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ বিতোপন কলঙলৈ ইণ্টাৰ্ণশ্বিপৰ সুবিধা,উৎফুল্লিত কাজিৰঙাবাসী

প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ বিতোপন কলঙলৈ ইণ্টাৰ্ণশ্বিপৰ সুবিধা,উৎফুল্লিত কাজিৰঙাবাসী

নিউজ ব্যুৰ’,নগাঁও,৬জানুৱাৰী:–নৱবৰ্ষৰ সময়ছোৱাত কাজিৰঙালৈ এটা ভাল খবৰ ৷ প্ৰকৃতিপ্ৰেমী,তথ্যচিত্ৰ নিৰ্মাতা,ফটোগ্ৰাফাৰ বিতোপন কলঙলৈ “National Geographic” ৰ ইন্টাৰ্ণশ্বিপৰ সুবিধা ৷ ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙক জাৰ্মানীৰ এটা দলৰ উদ্যোগত ৰাজস্থানত হ’বলগীয়া এমহীয়া ইন্টাৰ্ণশ্বিপলৈ নিমন্ত্ৰণ কৰিছে ৷ ইতিমধ্যে বহুকেইখন তথ্যচিত্ৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰা বিতোপন কলঙলৈ আগবঢ়োৱা এই প্ৰস্তাৱত উৎফুল্লিত হৈ

ফ্লেটত থাকে ? গেছত ৰান্ধে! তেন্তে আপোনাৰ সন্তানৰ হ’ব এই ৰোগ…

ফ্লেটত থাকে ? গেছত ৰান্ধে! তেন্তে আপোনাৰ সন্তানৰ হ’ব এই ৰোগ…

আজিৰ সময়ত সকলোৱে LPG গেছ ব্যৱহাৰ কৰি খাদ্য ৰান্ধে। নিৰ্বাচন আহিলেই বা দাম বৃদ্ধি হলেই ৰাজনৈতিক দলসমূহেও ৰন্ধন গেছক লৈ ইছ্যু কৰি বহু ৰাজনীতি কৰে। কিন্তু আপুনি জানেনে এই এল পি জি গেছ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক। আটাইতকৈ বিপদজনক কথাটো হ’ল এই গেছত তৈয়াৰী খাদ্যই আপোনাৰ বিশেষ ক্ষতি নকৰে,

“মদহে খাইছে, তেওঁলোকে কাৰোবাক মাৰিতো অহা নাই”- কাৰ ওপৰত খং উঠিল ডিম্পু বৰুৱাৰ!!

“মদহে খাইছে, তেওঁলোকে কাৰোবাক মাৰিতো অহা নাই”- কাৰ ওপৰত খং উঠিল ডিম্পু বৰুৱাৰ!!

সমাগত ভোগালী বিহু। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যত সুৰাৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষীও। আপুনি টিভি খুলিলেই হয়টো দেখা পাইছে প্ৰতিদিনাই সংবাদ শিৰোনাম দখল কৰি অহা মদ সেৱন কৰা লোকৰ ন ন ভিডিঅ’। এনে সময়তে ৰাজ্যৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই সংবাদ মাধ্যমক একপ্ৰকাৰ সমালোচনা কৰি নীতি শিক্ষা দিয়া দেখা গৈছে। শেহতীয়াকৈ

তিৱা স্বায়ত্ত পৰিষদৰ ২য় বৰ্ষপূত্তি পালন জিবন চন্দ্ৰ কোৱৰ পাৰিষদৰ।

তিৱা স্বায়ত্ত পৰিষদৰ ২য় বৰ্ষপূত্তি পালন জিবন চন্দ্ৰ কোৱৰ পাৰিষদৰ।

তিৱা স্বায়ত্ত পৰিষদ,অসমৰ জিবন চন্দ্ৰ কোৱৰৰ পাৰিষদ খনৰ ২য় বৰ্ষপূত্তি অনুষ্ঠান আজি পালন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কায্যালয়ত।দিনযোৰা কায্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰথমে পূৱা পতাকা উত্তোলন কৰে মুখ্য কাৰ্যবাহী সদস্য জিবন চন্দ্ৰ কোৱৰে।লগতে পাৰিষদ খনৰ সকলো সদস্যই স্মৃতি তৰ্পণ কৰাৰ উপৰিও মৰিগাওঁ অসামৰিক চিকিত্সালয়ত ৰোগীৰ সকলৰ মাজত ফল মুল