Category: Assamese News

শনি গ্ৰহক এইকেইটা উপায়েৰে শক্তিশালী কৰি ৰাখিব পাৰে

শনি গ্ৰহক এইকেইটা উপায়েৰে শক্তিশালী কৰি ৰাখিব পাৰে

জোতিষ শাস্ত্ৰত কোৱা হয় যে-শনি যাৰ ওপৰত প্ৰসন্ন হয়-অৰ্থাৎ যাৰ শনি গ্ৰহ শক্তিশালী স্থিতিত থাকে-সেইজন ৰজা হব পাৰে। শনি বেয়া হলে ৰজায়ো প্ৰজা হয় যায়।শনি শক্তিশালী হলে-লোহা-মেচিনৰ কাৰখানাৰ লগত জড়িত ব্যৱসায়ত বহুতো উন্নতি হয়।কৰ্ট-কেচত বিজয় হয়।কায্যত সফলতা প্ৰাপ্ত হয়।সাংসাৰিক সমস্যাৰ পৰা মুক্তি পোৱা যায়।শনিক ন্যায়ৰ প্ৰতীক মনা হয়।যদি শনি শক্তিশালী

ইয়াৰ দ্বাৰা লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়

ইয়াৰ দ্বাৰা লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়

মহিলাসকলে-ৰাতিপুৱা এইকেইটা কাম কৰিলে-মা লক্ষ্মীৰ কৃপা পাপ্ত হয়। *নাৰীক ঘৰৰ লক্ষ্মী বোলে।শাস্ত্ৰত ৰাতিপুৱা কিছুমান-বিশেষ কামৰ কথা কোৱা হৈছে-যিবোৰ কাম মহিলাই কৰিব লাগে।কোৱা হয় যে-ইয়াৰ দ্বাৰা-লক্ষ্মী সদায় পৰিয়ালৰ প্ৰতি দয়ালু হয়। *শাস্ত্ৰ অনুযায়ী-যদিও সূৰ্য্য উদয়ৰ আগতে-সাৰ পোৱাটো সকলোৰে বাবে উপকাৰী,কিন্তু ঘৰৰ মহিলাসকলৰ বাবে-তেনে কৰিলে-তেনে কৰিলে বেছি শুভ ফল পোৱা যায়।ব্ৰহ্ম মুহুত্বত

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷

  ৰঙিয়াৰ সোমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১ নং নকুলত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকজনৰ ১ নং নকুলৰ টংকেশ্বৰ দাস বুলি জানিব পৰা গৈছে ৷ বজাৰ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লৈছিল টংকেশ্বৰ দাসে ৷ দুৰ্ঘটনাৰ খৱৰ পোৱা মাত্ৰকে পৰিয়ালৰ লোক উপস্থিত হোৱাত এক শোকাকুল

হাতীগাঁৱত কিশোৰী নিৰ্যাতনৰ অভিযোগত……….

হাতীগাঁৱত কিশোৰী নিৰ্যাতনৰ অভিযোগত……….

মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা ৷হাতীগাওঁৰ লখিমীনগৰৰ শুভম এনক্লেভ নামৰ এপাৰ্টমেণ্টটোত থকা ষ্টেট বেংকৰ কৰ্মচাৰী ধীৰাজ বড়োৰ ফ্লেটত বনকৰা কৰ্মী হিচাপে নিয়োজিত আছিল বহি:ৰাজ্যৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী ৷ দীৰ্ঘদিন ধৰি ধীৰাজ বড়ো আৰু তেওঁৰ মাতৃসহ পৰিয়ালৰ আন সদস্য সকলে কিশোৰী গৰাকীক অকথ্য শাৰিৰীক – মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান

মহানগৰীত পদপথত জি এম চিৰ ব্যাপক উচ্ছেদ অভিযান

বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰৰ বাবে ৰাজ্যৰ ভিন্নস্থানত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটী মহানগৰীটো আৰম্ভ হৈছে ব্যাপক উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি মহানগৰীৰ পদপথ দখল কৰি ব্যৱসায় কৰি থকা দোকানসমূহ মঙলবাৰৰ পৰা জিএম চি শ্ৰমিক এফালৰ পৰা ভাঙে প্ৰায় শতাধিক দোকান ৷ একেদৰে অনুজ্ঞাপত্ৰ বিহীনভাৱে ফুটপাথত থকা হডিং আৰু বেনাৰো