Category: Assamese News

কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন

কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন

উত্তৰ কোৰিয়াই আজি নিচেই পুৱাতে কোৰিয়ান উপদ্বীপৰ পূৰ সাগৰত ৩টা হ্ৰস দূৰত্ব ভেদি ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰে। দক্ষিণ কোৰিয়াৰ সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্ৰ পৰীক্ষণে অঞ্চলটোত শান্তিৰ বাতাবৰণ বিঘ্নিত কৰিব। এই সন্দৰ্ভত ৱাশ্বিংটন মহলে কয় যে উত্তৰ কোৰিয়াৰ শেহতীয়া ক্ষেপণাস্ত্ৰ পৰীক্ষণে আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইয়াৰ মিত্ৰ দেশসমূহলৈ

টীয়কৰ লাহিং লক্ষীবাৰীত পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু l

টীয়কৰ লাহিং লক্ষীবাৰীত পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু l

আজি সন্ধ্যা টীয়কৰ লাহিং লক্ষীবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ শোকাবহ ভাৱে মৃত্যু হয় l জানিব পৰা মতে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত হঠাৎ অহা উদঙীয়া গৰু খুন্দিয়াই কৰুণ ভাৱে মৃত্যু হয় যুৱকজনৰ।দুৰ্ঘটনাতমৃত্য সাৱটি লোৱা যুৱকজনৰ নাম কৌশিক বৰুৱা বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ টীয়কৰ বলমা দোলাষৰীয়া গাঁৱত ।

৫ জানুৱাৰীত ৰাজ্যিক জলসম্পদ মন্ত্ৰীসকলৰ সৰ্বভাৰতীয় সন্মিলন

৫ জানুৱাৰীত ৰাজ্যিক জলসম্পদ মন্ত্ৰীসকলৰ সৰ্বভাৰতীয় সন্মিলন

কেন্দ্রীয় জল শক্তি মন্ত্রালয়ে ৫ জানুৱাৰীত ৰাজ্যিক জল সম্পদ মন্ত্ৰীসকলৰ দুদিনীয়া সৰ্বভাৰতীয় সন্মিলনৰ আয়োজন কৰিছে। মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে ২০৪৭ চনৰ বাবে জল দৃষ্টিভংগী। ভূপালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জল শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে কয় যে, কেন্দ্রীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ

অসম গ্ৰন্থমেলাত গ্রন্থপ্রেমীৰ ভিৰ অব্যাহত

অসম গ্ৰন্থমেলাত গ্রন্থপ্রেমীৰ ভিৰ অব্যাহত

গুৱাহাটীৰ চানমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত নৱবৰ্ষৰ পহিলা দিনটোত কালি গ্রন্থপ্রেমী লোকে ভিৰ কৰা পৰিলক্ষিত হয়। দিনৰ ১০ বজাত প্ৰৱেশদ্বাৰ মুকলি হোৱাৰে পৰা নিশা পৰ্যন্ত গ্ৰন্থৰ সান্নিধ্য বিচাৰি শিক্ষাৰ্থী, লেখক, সাহিত্যিককে ধৰি সাধাৰণ ৰাইজে গ্রন্থমেলাথলী ভৰি পৰে। অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাই যৌথভাৱে অনুষ্ঠিত

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দৰ্ভত গঠন কৰা হ’ব বিশেষ গোট

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ সন্দৰ্ভত গঠন কৰা হ’ব বিশেষ গোট

মহানগৰীত বিগত কে’বামাহ ধৰি অপৰাধীয়ে স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি ইটোৰ পিছত সিটোকৈ নানান অপৰামূলত কাৰ্যকলাপ অব্যাহত ৰখাৰ মাজতে যোৱাবৰ্ষৰ শেষৰটো মাহত নতুন আৰক্ষী আয়ুক্তৰূপে যোগদান কৰা দিগন্ত বৰাই আজি সম্বোধন কৰে এক সংবাদমেল ৷ নতুন বৰ্ষৰ দ্বিতীয় দিনটোত আয়োজিত সংবামেলখন সম্বোধন কৰি আৰক্ষী আয়ুক্ত গৰাকীয়ে মহানগৰবাসীলৈ ইংৰাজী নৱবৰ্ষৰ