Category: Assamese News

১৩ মে’ত হুদুমপুৰ কুকুৰীয়া প্ৰাথমিক বিদ্যালয়ত আয়োজন

১৩ মে’ত হুদুমপুৰ কুকুৰীয়া প্ৰাথমিক বিদ্যালয়ত আয়োজন

হুদুমপুৰ আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ ব’হাগী উৎসৱ পলাশবাৰী, ২৫ এপ্ৰিল : পলাশবাৰীৰ হুদুমপুৰ-আঞ্চলিক সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত ২২ সংখ্যক ব’হাগী উৎসৱ আন বেলিৰ দৰে এইবেলিও বর্ণাঢ্য কাৰ্যসূচীৰে হুদুমপুৰ কুকুৰীয়া প্ৰাথমিক বিদ্যালয় প্রাংগণত ১৩ মে’ত অনুষ্ঠিত হ’ব। ব’হাগী উৎসৱৰ সমূহ কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে প্ৰবীণ কলিতাক সভাপতি, অনিল কলিতাক কাৰ্যকৰী সভাপতি, শিক্ষক অনিল

পেহেলগামত পাক-সন্ত্ৰাসবাদীৰ ২৬/১১ সদৃশ ভয়ংকৰ আক্ৰমণ!

পেহেলগামত পাক-সন্ত্ৰাসবাদীৰ ২৬/১১ সদৃশ ভয়ংকৰ আক্ৰমণ!

জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পেহেলগামৰ এই নৰসংহাৰত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ। কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ আক্ৰমণ? সন্ত্ৰাসবাদী অতৰ্কিতে

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

এতিয়াৰে পৰা কাৰাগাৰৰ ভিতৰতেই স্ত্ৰীৰ সৈতে স্বামীয়ে শাৰীৰিক মিলনৰ সুবিধা পাব৷ কাৰাগাৰৰ সমূহ বন্দীয়েই এই সুযোগ লাভ কৰিব৷ শুকুৰবাৰে তেনে এক সংগম কক্ষৰ উদ্বোধন কৰা হৈছে ইটালীত৷ ইটালীৰ বিচাৰ ব্যৱস্থাত বন্দীসকলৰ পত্নী বা লিভ ইনত থকা সংগীৰ সৈতে ব্যক্তিগত আৰু অন্তৰংগ সাক্ষাতৰ অধিকাৰৰ স্বীকৃতি পূৰ্বেই দিয়া হৈছিল৷ আদালতৰ ৰায়ৰ পাছত

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি আটকধুনীয়া সংগীতানুষ্ঠান

শংকৰদেৱ কলাক্ষেত্ৰত সংগীতজ্ঞ ভূপেন উজীৰৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি আটকধুনীয়া সংগীতানুষ্ঠান

“হিয়া ভৰা শুভ কামনাৰে” শীৰ্ষক এই অনুষ্ঠানতে অসমৰ বাদ্য-সংগীত আৰু শব্দ বাণীবন্ধন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা চাৰিগৰাকী ব্যক্তিক প্ৰদান কৰা হয় ভূপেন উজীৰ সোঁৱৰণী শিল্প‌ সাধনা বঁটা এটি এক মনোৰম সন্ধ্যা, য’ত সুমধুৰ সংগীতৰ সুৰত শিল্পী, অনুৰাগী আৰু কলা-কুশলীৰ আবেগ আৰু অনুভূতি সমন্বিত হয়। প্ৰখ্যাত সংগীত পৰিচালক তথা বিশিষ্ট শব্দ

বাংগালুৰুত ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন; কণ্ঠশিল্পী জুবিন গাৰ্গ-আচুৰ্য বৰপাত্ৰ-হৰ্পল শ‍ইকীয়াক আমন্ত্ৰণ

বাংগালুৰুত ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন; কণ্ঠশিল্পী জুবিন গাৰ্গ-আচুৰ্য বৰপাত্ৰ-হৰ্পল শ‍ইকীয়াক আমন্ত্ৰণ

অহা ১২ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ বাংগালুৰুত ব’হাগ বিহু অনুষ্ঠানৰ আয়োজন কৰিছে আছাম ছ’চাইটি অৱ বাংগালুৰুৱে ১৯৮২ত স্থাপিত অৰাজনৈতিক তথা সামাজিক-সাংস্কৃতিক অনুষ্ঠান আছাম ছ’চাইটি অৱ বাংগালুৰুৱে এইবাৰ ২৪ সংখ্যক ব’হাগ বিহুৰ আয়োজন কৰিছে৷এই বিহু অনুষ্ঠানলৈ উদ্যোক্তাই অনুষ্ঠান পৰিবেশনৰ বাবে জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, আচুৰ্য বৰপাত্ৰ আৰু হৰ্পল শইকীয়াক আমন্ত্ৰণ জনাইছে। এই