Category: Assamese News

কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে !

কৰিশ্মা কাপুৰক বিয়া পাতিব ছলমান খানে !

অপেক্ষাৰ অন্তত বিয়াৰ বাবে ৰাজী হ’ল বলীউডৰ অভিনেতা ছলমান খান। পিছে ছলমানৰ কইনা কোন আপুনি জানিব বিছৰেনে? বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ‘কাপুৰ পৰিয়াল’ৰ জ্যেষ্ঠ কন্যা কৰিশ্মা কাপুৰ হ’ব দবং ছলমান খানৰ কইনা। ছ’ছিয়েল মেডিয়াত পোষ্ট কৰা কেইগৰাকীৰ মতে, বিয়াখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। সময়ে সময়ে বলীউডৰ মোহময়ী অভিনেত্ৰীসকলৰ লগত নাম

Sim Cardক লৈ কেতিয়াও নকৰিব এই ভুল; অন্যথা যাব লগা হ’ব পাৰে জেল…

Sim Cardক লৈ কেতিয়াও নকৰিব এই ভুল; অন্যথা যাব লগা হ’ব পাৰে জেল…

Sim Fraud: আমি সকলোৱে জানো যে চিম কাৰ্ড কিমান গুৰুত্বপূৰ্ণ, কিন্তু যদি আপুনি ইয়াৰ প্ৰতি অলপ অসাৱধান হয়, তেন্তে ই আপোনাৰ বাবে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ চিম কাৰ্ড কেতিয়াও কোনো ব্যক্তিক ব্যৱহাৰৰ বাবে নিদিব। যদি আপুনি এইটো কৰে, তেন্তে আপোনাৰ চিম কাৰ্ডৰ অপব্যৱহাৰৰ সম্ভাৱনা আছে। যদি আপোনাৰ

গৰুড় পুৰাণ ৰহস্যঃ হিন্দু ধৰ্মত কিয় মৃতদেহ দাহ কৰা হয়?

গৰুড় পুৰাণ ৰহস্যঃ হিন্দু ধৰ্মত কিয় মৃতদেহ দাহ কৰা হয়?

মৃত্যু হ’ল জীৱনৰ অন্ত। পৃথিৱীত জন্ম লোৱা প্ৰতিটো প্ৰাণীৰে মৃত্যু অনুবাৰ্য। এয়া হৈছে পৃথিৱীৰ কঠিন সত্য। কিন্ত আমি সকলোৱে বেছি ভয় কৰো সেই মৃত্যুক। আমি এই সত্যৰ পৰা সদায় পলাবলৈ চেষ্টা কৰোঁ। এই মৃত্যুৰ ৰহস্য ১৮ৰ হিন্দু পুৰাণৰ ভিতৰত অন্যতম গৰুড় পুৰাণত সবিস্তাৰে উল্লেখ আছে। গৰুড় পুৰাণত উল্লেখ অনুসৰি পক্ষীৰাজ

এই ৰাশিৰ জাতকসকলে এই ৰাশিৰ জাতিকাসকলৰ সৈতে কেতিয়াও বিয়াত নবহিব? আজীৱন নুগুচিব অশান্তি…

এই ৰাশিৰ জাতকসকলে এই ৰাশিৰ জাতিকাসকলৰ সৈতে কেতিয়াও বিয়াত নবহিব? আজীৱন নুগুচিব অশান্তি…

বিবাহ হৈছে দুজন মানুহ আৰু দুটা মনৰ মিলন। দুজন মানুহৰ মন সম্পূৰ্ণ একত্ৰিত হ’লেহে এটা পৰিয়াল সুখী হয়। কিন্তু জ্যোতিষৰ মতে এনে কিছুমান ৰাশি আছে, যাৰ সৈতে বিবাহ সম্ভৱ নহয়। আৰু যিবোৰে ভৱিষ্যতেও বহুত সংকটৰ সৃষ্টি কৰে। কোন ৰাশিৰ লগত কোন ৰাশিৰ বিয়া হোৱা অনুচিত? ১) মেষ আৰু বৃষ ৰাশিৰ

কি সপোন দেখিলে হঠাৎ অৰ্থপ্ৰাপ্তি হয়? জ্যোতিষ শাস্ত্ৰই কি কয়!

কি সপোন দেখিলে হঠাৎ অৰ্থপ্ৰাপ্তি হয়? জ্যোতিষ শাস্ত্ৰই কি কয়!

ৰাতি টোপনিৰ সময়ত সপোন দেখা প্ৰায় প্ৰতিজন মানুহৰ অভ্যাস। প্ৰতিটো সপোনৰ অৰ্থ বা ব্যাখ্যা বেলেগ বেলেগ। কিছুমান সপোন শুভ আৰু কিছুমান অশুভ। বিশ্বাস কৰা হয় যে সপোনবোৰে আমাক আগতীয়াকৈ কয় যে আমাৰ ভৱিষ্যতে কি হ’ব। জ্যোতিষ শাস্ত্ৰৰ মতে বহুতো সপোন দেখা যায়, যাৰ ফলত হঠাৎ আৰ্থিক লাভৰ সৃষ্টি হ’ব পাৰে।