আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আঁচনিৰ অধীনত অস্ৰোপ্ৰচাৰ কৰিবলৈ গৈ সমস্যাত পৰিবলগীয়া হৈছে গহপুৰ মহকুমাৰ ছয়দুৱাৰ গৰৈমাৰী গাঁৱৰ সাধাৰণ কৃষক গোবিন্দ প্ৰধান(৫৫)। এইক্ষেত্ৰত তেওঁৰ ভাতৃ পুস্প প্ৰধানৰ পৰা জানিব পৰামতে- যোৱা কিছুদিনৰ পৰা পেটৰ “গল্ডব্লাডাৰ”ৰ অসুখত ভুগি থকা গোবিন্দ প্ৰধানে ৰোগ উপশমৰ বাবে বিশ্বনাথ চাৰিআলিত থকা জে. কে হস্পিতালত
Category: Assamese News
কোকৰাঝাৰ জেলৰ পৰা ৯ মাৰ্চত পলায়ন কৰা আচামী চন্দ্ৰকান্ত নাথ ওৰফে ১৯ বছৰীয়া চন্দ্ৰদ্বীপক আজি আৰক্ষীয়ে খেদি খেদি আটক কৰে। উল্লেখ্য যে মটৰচাইকেল চুৰিৰ গোচৰত (গোচৰ নং ৪৬/২০২৪) আটক হৈ চন্দ্ৰকান্ত নাথ ওৰফে চন্দ্ৰদ্বীপ কোকৰাঝাৰ জেলত আৱদ্ধ হৈ আছিল। কিন্তু যোৱা ৯ মাৰ্চত চন্দ্ৰকান্ত নাথে জেলৰ সুউচ্চ দেৱাল পাৰ হৈ
· কামৰূপৰ জোৰশিমুলীত ছাত্রীৰ ৰহস্যজনক আত্মহনন · কিশোৰীগৰাকী ঘোঁৰামাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্রী · নিজ গৃহত চিপ লৈ আত্মহত্যা ছাত্রীগৰাকীৰ · আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই · আৰক্ষীৰ তদন্ত আৰম্ভ
আজাৰা, ২৯ এপ্ৰিল : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পূৱা সংঘটিত এক পথ দূৰ্ঘটনাত এজন লোক গুৰুতৰভাবে আহত হয়। আহত লোকজনক ভাৰত – তিব্বত সীমান্ত পুলিছ চমুকৈ আই টি বি পিৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰস্থিত পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত কৰ্মৰত হেড কনিষ্টবল বিষম
নিউজ ব্যুৰ’,নগাঁও,২৯এপ্ৰিল:–নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত “বাপুজী ভৱন আৰু পুথিভঁৰাল”ৰ খেলপথাৰত সোমবাৰৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪ । পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ বৰ্ণাঢ্য কাৰ্য্যসূচী অনুসৰি পুৱা ৮ঃ৩০ বজাত বিহুৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদ্যাপন সমিতিৰ সভাপতি জ্যোতিৰ্ময়