Category: Assamese News

আপুনি যদি ধনী হ’ব বিচাৰিছে, তেন্তে আপুনি এই কেইটা অভ্যাস ত্যাগ কৰক

আপুনি যদি ধনী হ’ব বিচাৰিছে, তেন্তে আপুনি এই কেইটা অভ্যাস ত্যাগ কৰক

সকলো মানুহেই ধনী হ’বলৈ ইচ্ছা কৰে । আজিৰ সমাজত ধনী মানুহৰ আদৰ , সন্মান বেছি । সেইবাবেই মানুহে ধনী হোৱাৰ আশাত দিন-ৰাতি অশেষ কষ্ট কৰা দেখা যায় । যিহেতু টকাই মানুহৰ সকলো আশা পূৰণ কৰে । যান্ত্ৰিক পৃথিৱীত চলিবলৈ ধন ঘটাৰ বাহিৰে অন্য উপায় নাই । কেতিয়াবা মানুহে বহু চেষ্টা কৰিও ধনী

পেট বিষ কিয় উঠে ? আৰু ইয়াৰ নিৰাময় কৰাৰ উপায় জানেনে ?

পেট বিষ কিয় উঠে ? আৰু ইয়াৰ নিৰাময় কৰাৰ উপায় জানেনে ?

বেছিসংখ্যক মানুহৰে হঠাতে পেটৰ বিষ উঠা দেখা পোৱা যায়। হঠাতে উঠা পেটৰ বিষ উঠাৰ বহুটো কাৰণ থাকিব পাৰে। পেৰিট’নিয়াম বা পেট গহ্বৰৰ আৱৰণীখনৰ স্ফীতি, পেট গহ্বৰত ৰক্তপাত, প্ৰকট উপাংগপ্ৰদাহ বা এপেণ্ডিচাইটিছ, পাক্স্থ্লী আৰু গ্ৰহণী ফুটা হোৱা ক্ষত, পিত্তথলিৰ স্ফীতি, খামুচি ধৰা হাৰ্নিয়া, ক্ষুদ্ৰ অন্ত্ৰৰ প্ৰকট অগম্যতা(Acute Intestinal Obstruction) পেটৰ অংগসমুহত

কলেষ্টৰেলৰ সমস্যাত ভুগিছে ? গ্ৰহণ কৰক এই কেইবিধ খাদ্য !

কলেষ্টৰেলৰ সমস্যাত ভুগিছে ? গ্ৰহণ কৰক এই কেইবিধ খাদ্য !

কলেষ্টৰেল হৈছে আমাৰ শৰীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এবিধ উপাদান । মূলত লিভাৰৰ দ্বাৰা উৎপাদিত এই চৰ্বিযুক্ত উপাদানবিধে দেহৰ হৰমন নিয়ন্ত্ৰণত এক বিশেষ ভূমিকা পালন কৰাৰ লগতে স্বাস্থ্যৰ বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে । আমাৰ লিভাৰত তৈয়াৰ হোৱা আৰু খাদ্যৰ মাধ্যমেৰে আমাৰ শৰীৰে লাভ কৰা কলেষ্টৰেল লিপোপ্ৰটিন নামৰ এবিধ কণাৰ

দুবছৰ পূৰ্বে ওজন আছিল ৩১৭ কেজি; এতিয়া মাত্ৰ ৮৩ কেজি! জানো আহক কেনেকৈ কমালে ইমান ওজন?

দুবছৰ পূৰ্বে ওজন আছিল ৩১৭ কেজি; এতিয়া মাত্ৰ ৮৩ কেজি! জানো আহক কেনেকৈ কমালে ইমান ওজন?

মিচিচিপিৰ বাসিন্দা ক্ৰীষ্টিনা ফিলিপছৰ বয়স যেতিয়া বাইশ বছৰ আছিল, তেতিয়া তেওঁৰ ওজন আছিল সাতশ পাউণ্ড বা তিনিশ সোতৰ কিলোগ্ৰামতকৈও অধিক। বিশাল ওজনৰ বাবে তেওঁৰ ঘৰৰ বাহিৰলৈ ওলোৱা বন্ধ হৈ পৰিল। জীৱনত জীয়াই থকাটোও তেওঁৰ বাবে সন্দিহান হৈ পৰিল। কিন্তু তেওঁ হাৰ নামানিলে। মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰম্ভ কৰিলে। আৰু এতিয়া

ৰাতি ভৰিৰ তীব্ৰ বিষ হয় নেকি ? আজিয়েই এই ৫টা ঘৰুৱা উপায় চেষ্টা কৰক !

ৰাতি ভৰিৰ তীব্ৰ বিষ হয় নেকি ? আজিয়েই এই ৫টা ঘৰুৱা উপায় চেষ্টা কৰক !

গোটেই দিন কাম কৰাৰ পাছত বহুতে ৰাতি ভৰিৰ বিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কেতিয়াবা এই বিষ মৃদু হয় আৰু কেতিয়াবা তীব্ৰতৰ হৈ পৰে, যাৰ বাবে বহু সময়ত ৰাতিও ভালদৰে টোপনি আহিব নোৱাৰে। যদি আপুনি এই সমস্যাৰ সময়মতে চিকিৎসা কৰাত অসাৱধান হয়, তেন্তে পাছলৈ ই আপোনাৰ বাবে এটা গুৰুতৰ সমস্যা হৈ