মাছ প্ৰায় মানুহৰ পচন্দৰ খাদ্য । বিশেষকৈ বেংগলী সমাজত মাছ বিহীন ভাত খোৱাটো অসম্ভব কথা । কিন্তু কেতিয়াবা আমাৰ মাছ খাওঁতে ডিঙিত কাইট লাগি ধৰে । এনে অস্বস্তিকৰ পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ আমি চিকৎসকৰ ওচৰলৈও যাব লগা হয় । আকৌ কেতিয়াবা ই ভয়ানক হৈ পৰিবও পাৰে । কিন্তু ঘৰুৱা পদ্ধতিৰেও আমি ডিঙিৰ
Category: Assamese News
শিশুটোৱে মাকৰ কোলাত যাতে আৰামকৈ গাখীৰ খাব পাৰে তালৈ সকলো সময়তে চকু দিব৷ গাখীৰ খাই থকা সময়ত শিশুটিৰ স্থান পৰিৱর্তন কৰি থাকিব৷ মাজে–সময়ে কোলাত বহুৱাই লৈ নাইবা শোৱাই লৈ খুৱাব৷ এনে নকৰিলে আপোনাৰ নিপলটো ৰঙা পৰি বিষোৱাৰ সম্ভাৱনা থাকে৷ গাখীৰ খোৱা হ’লে নিপোলকেইটা ধুই শুকাবলৈ দিব৷ ডাক্তৰৰ পৰামর্শ অবিহনে নিপোলকেইটাত
আপুনি বাৰু নাক খজুৱাই থাকে নেকি? এইটো বদ অভ্যাস৷ ই দেখিবলৈ যিমান বেয়া, কামটো কৰিলেও তাৰ বহুগুণে ক্ষতিকাৰক৷ নাকৰ ভিতৰখন বৰ কোমল আৰু সংবেদনশীল৷ ইয়াৰ ভিতৰত বহু সিৰা, উপসিৰা আৰু স্নায়ু আছে৷ নাকৰ ভিতৰত বায়ু প্রদূষণ এলার্জী আৰু বেক্টেৰিয়া বা ভেঁকুৰজাতীয় ইনফেকচন থাকিলে পিৰপিৰাই থাকিব পাৰে৷ ফলত নাকৰ ভিতৰত আঙুলি
হোটেলৰ কোঠাবোৰত সদায় বগা বিচনা চাদৰ পৰা থাকে। কিন্তু কিয়? ~ বগা চাদৰ পৰিষ্কাৰ কৰিবলৈ সহজ এইটো সদায়ে সকলোৰে মনলৈ আহে যে বগা বিচনা চাদৰ সোনকালে লেতেৰা হয়, কিন্তু কমসংখ্যক লোকেহে জানে যে হোটেলৰ বিচনাবোৰত পৰা বগা চাদৰ পৰিষ্কাৰ কৰা অতি সহজ। প্ৰকৃততে, হোটেলৰ কোঠাবোৰ ব্লীচ আৰু ক্লোৰিনেৰে ধোৱা হয়। ইয়াৰ
বহুলোকে শৰীৰত চৰ্বি হোৱাৰ ভয়ত ভাত নাখায়। বহুতে ভাতৰ সলনি আন কিছুমান খাদ্য খোৱাৰ অভ্যাস কৰে। কিন্তু এনে কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওঁক। কিয়নো ভাত হৈছে খাদ্য আৰু পুষ্টিৰ মুখ্য স্তম্ভ। সেয়েহে ভাত খোৱা পৰিহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক। বিশেষজ্ঞসকলৰ মতে দৈনিক ভাত খোৱাৰ বাবে আপোনাৰ ওজন বৃদ্ধি হ’ব