তুলসী বহুতো ঔষধি গুণাগুণৰ বাবে জনাজাত। ইয়াৰ ৰস পান কৰিলে চৰ্দি আৰু ফ্লুৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। তুলসীয়ে ছাল আৰোগ্য কৰাৰ লগতে ইয়াৰ এণ্টি-বেক্টেৰিয়া-প্ৰতিৰোধী গুণাগুণে ছালক শালমইনা আদিৰ পৰা সুৰক্ষিত কৰে। তুলসীৰ পাতৰ ফেচ মাস্ক মুখত প্ৰয়োগ কৰিলে মুখৰ ছাল উজ্জ্বল হৈ পৰে। ইয়াৰ লগতে শালমইনাৰ সমস্যাৰ সৈতে
Category: Assamese News
আচাৰ্য্য চাণক্য আছিল এজন মহান কৌশলবিদ, ৰাজনীতিবিদ, কূটনীতিবিদ, অৰ্থনীতিবিদ। আচলতে তেওঁ কেৱল জীৱনৰ সকলো দিশতে গভীৰভাৱে অধ্যয়ন কৰাই নহয়, মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়েও এক বিস্তৃত ধাৰণা দিছিল। আজিও তেওঁৰ কথাবোৰক চিৰন্তন সত্য বুলি গণ্য কৰা হয় । আচাৰ্য্য চাণক্যই জীৱনত দিয়া নীতি সমূহ মানি চলিলে তেওঁ জীৱনত চৰম
খোৱা খাদ্যই মানুহৰ শৰীৰত গভীৰ প্ৰভাৱ পেলায়। যদি খাদ্য আৰু পানীয় সঠিক নহয়, তেনেহ’লে মগজুৰ বাবে কাম কৰা কঠিন হৈ পৰে। যদি আহাৰ স্বাস্থ্যকৰ হয়, তেন্তে মনটোও সুস্থ হৈ থাকে। মগজুৰ বাবে কিছুমান পুষ্টি অত্যাৱশ্যকীয়। যদি এনে পুষ্টি থকা বস্তু সদায়ে খোৱা হয়, তেনেহ’লে মগজু সক্ৰিয় হৈ থাকে আৰু কাম
চর্দি এটা ভাইৰাছজনিত ৰোগ৷ অৱশ্যে কেতিয়াবা এলার্জীৰ বাবেও চর্দি হ’ব পাৰে৷ সাধাৰণতে চর্দিৰ লক্ষণসমূহৰ বিষয়ে আমি জ্ঞাত৷ চর্দি ডাঙৰ ৰোগ নহ’লেও আক্রান্ত হ’লে সোনকালেই দৰবৰ প্রয়োজন আহি পৰে৷ কিন্তু চর্দি স্বনিয়ন্ত্রিত ৰোগ৷ সামান্য ধৈর্য ধৰিলেই ৰোগী নিজে নিজেই আৰোগ্য হয়৷ বজাৰত চর্দিৰ ঔষধ সহজলভ্য বাবেই ৰোগীসকলে এই অস্বস্তিৰ পৰা পৰিত্রাণ
কথাত আছে মা লক্ষ্মী সম্পদৰ দেৱী বুলি মনা হয়, যি সংসাৰত মা লক্ষ্মীৰ কৃপা থাকে সেই সংসাৰত কেতিয়াওঁ অভাৱ নাথাকে ! কিন্তু মা লক্ষ্মীৰ কৃপা আহিবলৈ কিছুমান কাম কৰিব নালাগে, আৰু যদি সেই কাম সমূহ কৰে বা সেই নিয়ম সমূহ মানি নচলে তেনেহলে সংসাৰ অভাৱ আহিবলৈ বেছি দেৰি নালাগে !