Category: Assamese News

আপুনি মাৰাত্মক কলেষ্টৰেলৰ সমস্যাত ভুগিছে নেকি ?

আপুনি মাৰাত্মক কলেষ্টৰেলৰ সমস্যাত ভুগিছে নেকি ?

কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পালে আমাৰ শৰীৰত কিমান ক্ষতি হ’ব পাৰে ,সেইকথা বহুতেই হয়তো নাজানে । এই অতিৰিক্ত কলেষ্টৰেলে হাৰ্টৰ ক্ষতি কৰি আপোনাৰ বাবে প্ৰাণঘাতীও হ’ব পাৰে । কিন্তু কিছু সহজ উপায় অৱলম্বন কৰি আমি অতিৰিক্ত কলেষ্টৰেলৰ পৰা বাচিব পাৰো । এইক্ষেত্ৰত কলেষ্টৰলৰ মাত্ৰা সঠিক ৰাখিবলৈ আমি খাদ্য অভ্যাসৰ ওপৰত ধ্যান

শীত আহিছে , ডায়েবেটিছ ৰোগীৰ এবিধ ৰক্ষাকবচ এই ফল , নিয়ন্ত্ৰণত থাকিব ৰক্তচাপ , বাঢ়িব প্ৰতিৰোধ ক্ষমতা

শীত আহিছে , ডায়েবেটিছ ৰোগীৰ এবিধ ৰক্ষাকবচ এই ফল , নিয়ন্ত্ৰণত থাকিব ৰক্তচাপ , বাঢ়িব প্ৰতিৰোধ ক্ষমতা

সমগ্ৰ দেশতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক-দিনে বাঢ়িব লাগিছে । ইয়াৰ অন্যতম কাৰণ হ’ল , মানুহৰ সুস্থ জীৱন-যাপনৰ অভাৱ । বিশেষকৈ খোৱা আৰু শুৱাৰ সময়ৰ পাৰ্থক্যৰ বাবে এই ৰোগ চাৰিওফালে বিয়পি পৰা পৰিলক্ষিত হৈছে । শৰীৰত যেতিয়া ইনছুলিনৰ মাত্ৰা কমি যায় আৰু শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায় , তেতিয়াই এই ৰোগৰ লক্ষণে

কিয় বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছে ভিয়েটনামৰ ৰঙা কঁঠাল ?

কিয় বিশ্বজুৰি জনপ্ৰিয় হৈ পৰিছে ভিয়েটনামৰ ৰঙা কঁঠাল ?

ভাৰতবৰ্ষৰ লগতে বিশ্বৰ প্ৰতিখন দেশত কম-বেছি পৰিমাণে কঁঠাল উৎপাদন হয় । ডাঙৰ-সৰু সকলোৰে প্ৰিয় এই ফল অৱশ্যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ জাতীয় ফল । সম্প্ৰতি বাংলাদেশত ভিয়েটনামৰ ৰঙা কঁঠাল সাংঘাটিক ধৰণে জনপ্ৰিয় হোৱা দেখা গৈছে । মূলতে থাইলেণ্ড , মালেইছিয়া, আৰু ভিয়েটনামত বহু উন্নত প্ৰজাতিৰ কঁঠাল উৎপাদন হয় । ইয়াৰে অন্যতম

দুখ, সুখ কি বস্তু ? সকলো পাহৰি জীৱন সজাই তোলক

দুখ, সুখ কি বস্তু ? সকলো পাহৰি জীৱন সজাই তোলক

এজন ব্যক্তিয়ে সদায় ভগৱানৰ ওচৰত প্রাৰ্থনা কৰি কৰি কৰি কৈছিল, ” হে ভগৱান, তুমি মোক ইমান দুখ আৰু কষ্ট পাবলৈ জন্ম কিয় দিছা , মোক কি কষ্ট পাবলৈহে এই ধৰালৈ পঠাই দিছা নেকি ; তুমি মোক তোমাৰ ওচৰলৈ লৈ যোৱা ভগৱান, মোৰ আৰু এই পৃথিৱীত এক মিনিটো জীয়াই থকাৰ ইচ্ছা

ৰামভক্ত বীৰ হনুমানৰ আঠটা নাম আপুনি জানে নে ?

ৰামভক্ত বীৰ হনুমানৰ আঠটা নাম আপুনি জানে নে ?

ৰামভক্ত বীৰ হনুমান চাৰিযুগে অমৰ,এতিয়াও আছে বজৰংবলী ৷পুৰুষোত্তম শ্ৰীৰাম ভক্ত হনুমানৰ জন্ম ৰহস্যও অদ্ভূত ৷   হনুমান মহাদেৱৰ অৱতাৰ ৷ৰামক হৃদয়ঙ্গম কৰি জয় শ্ৰীৰাম বুলি কৈ পৱন পুত্ৰই বায়ু বেগে উৰি গৈছিল ৷শ্ৰীৰাম বুলি শিলত লিখি পানীত দিলে শিল বিলাকো ওপঙি উঠিছিল কিন্তু প্ৰভূ শ্ৰীৰামে ৰাম বুলি শিলত লিখি পানীত