Category: Assamese News

জানি থওক ৰোগ প্ৰতিৰোধৰ বাবে আদা কিয় খাব লাগে

সাধাৰণতে দেৱ কাৰ্যৰ লগতে দৈনন্দিন খাদ্য সভাৰ প্ৰস্তুত কৰােতে যিবােৰ উপাদান ব্যৱহাৰ কৰা হয়। সেইবােৰৰ ভিতৰত অন্যতম হ’ল আদা। । অৱশ্যে আদা সম্পর্কে বহুতৰ ভ্রান্ত ধাৰণাও আছে। বহুতে আদা নিয়মীয়াকৈ খায়। আদা মচলা হিচাপে ব্যৱহাৰ কৰিলেও ইয়াৰ ঔষধি গুণৰ বাবে আন ক্ষেত্ৰতাে ব্যৱহাৰ কৰা হয়। শৰীৰৰ ওজন হ্রাসৰ পৰা আৰম্ভ

গৰম পানী খালে সচাকৈ ওজন হ্ৰাস হয় ? কি কয় বিশেষজ্ঞসকলে

গৰম পানী খালে সচাকৈ ওজন হ্ৰাস হয় ? কি কয় বিশেষজ্ঞসকলে

ওজন হ্ৰাস কৰাত সহায় কৰে গৰম পানীয়ে ! শুনি আচৰিত লাগিলেও, বিশেষজ্ঞসকলে কয় যে এইটো একেবাৰে অপ্ৰাসংগিক নহয়। প্ৰতিদিনে ছয়ৰ পৰা আঠ গিলাচ গৰম পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, পানীৰ ভাৰসাম্য বজাই ৰখাটো শৰীৰৰ বাবে ভাল। কিন্তু পানী খোৱাৰ আগতে পানীখিনি অকমান গৰম কৰি লয় ই

খাদ্য প্ৰস্তুত কৰোতে কিয় ব্যৱহাৰ কৰা হয় তেজপাত

খাদ্য প্ৰস্তুত কৰোতে কিয় ব্যৱহাৰ কৰা হয় তেজপাত

খাদ্য প্রস্তুত কৰােতে বিশেষ উপাদান ব্যৱহাৰ কৰা হয় সেইবােৰৰ ভিতৰত অন্যতম হ’ল তেজপাত। সাধাৰণতে ভাৰতীয় খাদ্যসম্ভাৰ প্ৰস্তুত কৰােতে তেজপাত ব্যৱহাৰ কৰা হয়। ইয়াক সুগন্ধিৰূপে খাদ্য প্রস্তুতৰ সময়ত ব্যৱহাৰ কৰে। অৱশ্যে তেজপাতত যিবােৰ উপাদান থাকে সেইবােৰে ৰােগ প্ৰতিৰােধ আৰু উপশমৰ ক্ষেত্ৰতাে ভূমিকা গ্রহণ কৰা দেখা যায়। ইয়াত ভিটামিন ‘চি’ৰ উপৰি খনিজ

নিশা কাম কৰা লােকৰ হ’ব পৰা ৰােগ !

নিশা কাম কৰা লােকৰ হ’ব পৰা ৰােগ !

বিশ্বায়নৰ যুগত সকলাে ঠাইতে চলিছে দিনে-নিশাই কাম কৰাৰ ঢৌ । নিশা বিশেষকৈ জৰুৰীকালীন সেৱাত নিয়ােজিত লােকসকলে নিশা কর্তব্য পালন কৰিবলগীয়া হয়। কেতিয়াবা দিনত আৰু আৰু আন কেতিয়াবা নিশা কর্তব্য পালন কৰিবলগীয়া হােৱা বাবে শাৰীৰিক-মানসিক সমস্যাই গা কৰি উঠে। নিশা দুপৰলৈকে কর্তব্য সম্পাদন কৰিবলগীয়া হােৱা বাবে শৰীৰটোৱে কিছুমান পৰিস্থিতিৰ স’তে সহাৱস্থান

চুলিৰ যত্ন ল’বলৈ ব্যৱহাৰ কৰক নিমখ !

চুলিৰ যত্ন ল’বলৈ ব্যৱহাৰ কৰক নিমখ !

ৰন্ধাৰ সোৱাদ বঢ়াবলৈ নিমখৰ কোনো বিকল্প নাই। কিন্তু শেহতীয়াকৈ, বহুলোকে শৰীৰৰ যত্ন ল’বলৈ নিমখ পৰিহাৰ কৰি চলে। বিশেষকৈ যদি উচ্চ ৰক্তচাপ, মধুমেহ বা হৃদৰোগৰ স’তে সম্পৰ্কিত কোনো সমস্যা হয়, চিকিৎসকে নিমখ খাবলৈ নিষেধ কৰে। কিন্তু শৰীৰৰ যত্ন নল’লেও, চুলি ভাল ৰখাত নিমখ যথেষ্ট কাৰ্যকৰী। শুনি আচৰিত লাগিলেও চুলি ভাল ৰাখিবলৈ