উজ্জ্বল আৰু দাগবিহীন ছাল এখনৰ গৰাকী হ’বলৈ সকলোৰেই ইচ্ছা থাকে৷ বজাৰত বহু সৌন্দর্যৰ প্রসাধন উপলব্ধ৷ কিন্তু সকলো প্রসাধনেই আকাংক্ষিত ফল দিব নোৱাৰে৷ সেয়েহে প্রাকৃতিকভাৱে উপলব্ধ সামগ্রীৰে ছালৰ যত্ন লোৱা উচিত৷ এনে সামগ্রীসমূহ প্রস্তুত কৰাটোও উজু৷ আজি নার্জিফুলেৰে প্রস্তুত কৰিব পৰা ছালৰ বাবে উপযুক্ত কেইবিধমান সামগ্রীৰ বিষয়ে ক’ব খোজা হৈছে৷ নার্জিফুলৰ
Category: Assamese News
যিকোনো মানুহে এচিডিটি আৰু গেছৰ সমস্যাৰ বাবে অসুবিধাত পৰে, যাৰ ফলত স্বাভাৱিক কাৰ্যকলাপতো বহুতো সমস্যা হয়। বৰ্তমানৰ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে এইটো সচৰাচৰ হয়। ইয়াৰ বাবে, কিছুমান অভ্যাস সলনি কৰিব লাগে, যিয়ে স্বাস্থ্য নষ্ট কৰিব পাৰে আৰু এচিডিটিৰ সমস্যা বৃদ্ধি কৰিব পাৰে। -যদি কোনোবাই চাহ ভাল পায় আৰু পুৱা খালী
গ্ৰাম্য জীৱনৰ এক অবিচ্চেদ্য অংগ হৈছে পইতা ভাত । পইতা ভাতৰ লগত আলু পিটিকা, বেঙেনা পোৰা পিটিকা, আলু পোৰা পিটিকা আৰু মাছৰ পোৰা পিটিকাৰ সোৱাদৰ সমান হয়তো কোনো আহাৰৰ জুতিত পোৱা সম্ভৱ নহয় । পইতা ভাত তৈয়াৰ কৰাও একেবাৰে সহজ । গৰম ভাতত পানী ঢালি থৈ দিলেই পইতা ভাত তৈয়াৰ
কিডনী বা বৃক্ক মানৱ শৰীৰৰ অতি গুৰুত্বপূর্ণ অংগ৷ মানুহৰ প্রধান ৰেচন অংগ এই কিডনী উদৰ গহ্বৰৰ ওপৰত তথা ৰাজহাডৰ দুয়ো কাষে অৱস্থিত৷ সোঁ কিডনীতকৈ ও কিডনী অলপ ওপৰত অৱস্থিত৷ উৰহী গুটি আকৃতিৰ এই অমূল্য অংগই আমাৰ দেহৰ জনীয় দ্র্ব্য াহিৰ কৰি দিয়ে৷ আমি মুখৰ সৌন্দর্য বা চুলিৰ সৌন্দর্যত যিমান গুৰুত্ব
গাৰ ছাল হওক বা চুলি, হজমৰ সমস্যাৰ পৰা চৰ্দি-কাহ — গোটেই বছথ কম-বেছি পৰিমাণে অনেকে এইসমূহ নানা অসুখত ভোগে । অৱশ্যে এইবোৰ অসুখ নিয়ন্ত্ৰণত ৰাখিবলৈ ঔষধৰ লগতে সতর্কতাও অৱলম্বন কৰিব লাগিব । আয়ুর্বেদ শাস্ত্র মতে, এইসমূহ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ নিম বেচ উপকাৰী । যিদৰে নিমৰ জীৱাণুনাশক ক্ষমতা আছে, তেনেদৰেই ইয়াৰ