মহাদেৱ বেটিং এপ গোচৰত জড়িত থকাৰ অভিযোগত অভিনেতা তথা ছ’চিয়েল মিডিয়া ইনফুলেঞ্জা চাহিল খানক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পূৰ্বে জামিনৰ বাবে কৰা আবেদন বোম্বাই উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। পিছতে ছত্তীশগড়ৰ পৰা মুম্বাই চাইবাৰ চেলৰ বিশেষ তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰে অভিনেতাগৰাকী। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ডিচেম্বৰ মাহত ছাহিলৰ লগতে আন
Category: Assamese News
দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰাৰ পিছতে তীব্ৰতৰ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বিটিআৰৰ দুটা মূল ৰাজনৈতিক দল বিপিএফ আৰু ইউপিপিএলে ভিন্ন কৌশলেৰে প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। শনিবাৰে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ নাৰায়ণপুৰত এক প্ৰচাৰ অংশ লৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। তেওঁ
২০২৫ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ছেবাই জাৰি কৰিলে নতুন নিৰ্দেশনা। সেই অনুসৰি ২০২৫ ৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪ টা বিষয়ত থাকিব OMR প্রশ্নকাকত। চলিত বছৰৰ পৰা নৱম শ্রেণীত সংযোজন হ’ব এটা নতুন ঐচ্ছিক বিষয়। এই নতুন বিষয় হ’ব ‘কৃত্রিম বুদ্ধিমত্তা আৰু ৰব’টিক্স’ । পৰীক্ষাত শিক্ষাৰ্থীসকলে MCQ,
নিউম’নিয়া হৈছে হাঁওফাঁওৰ সংক্রমণজনিত ৰোগ। এই ৰোগ সচৰাচৰ বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণৰ বাবে হয়। অৱশ্যে কেতিয়াবা হাঁওফাঁওত ভেঁকুৰৰ সংক্রমণৰ বাবেও নিউম’নিয়া হয়। এই ৰোগৰ অন্যতম প্রধান কাৰণ হৈছে হাঁওফাঁওত ‘স্ট্রেপ্টোকক্কাছ নিউম’নি’ নামৰ এবিধ বেক্টেৰিয়াৰ সংক্রমণ। নিউম’নিয়া হৈছে নিৰাময় যোগ্য আৰু প্রতিৰোধযোগ্য ৰোগ। তৎসত্ত্বেও প্রতি বছৰে অসংখ্য শিশুৰ এই বোগত মৃত্যু হয়।
দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে অসমৰ চাৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযানৰ বাবে শনিবাৰে দুপৰীয়া গুৱাহাটীত আহি উপস্থিত হয় অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গে ৷ দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কংগ্ৰেছ সভাপতি গৰাকীক বৰঝাৰ বিমানকোঠত উস্ম আদৰণি জনায় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং