Category: Assamese News

ভগৱান শিৱৰ অমোঘ মন্ত্ৰ জপ কৰাৰ নিয়ম!

ভগৱান শিৱৰ অমোঘ মন্ত্ৰ জপ কৰাৰ নিয়ম!

ঔঁ নমঃ শিবায় এটা অতি শক্তিশালী মন্ত্ৰ। এই মন্ত্ৰৰ অৰ্থ “পৰমেশ্বৰ শিৱক প্ৰণাম “। ভগৱান শিৱক গুৰু বুলি ধৰা হয় সেয়ে এই মন্ত্ৰক গুৰু মন্ত্ৰ বুলিও কয়। ভগৱান শিৱ হৈছে দয়া আৰু সহানুভূতিৰ গৰাকী । তেওঁৰ উপাসকক দুষ্ট শক্তিৰ পৰা ৰক্ষা কৰে । মানুহৰ মাজত থকা লোভ,মোহ,খং এইবিলাক ভগৱান শিৱই

টেবলেটবোৰ দুটা বেলেগ বেলেগ ৰঙৰ হয় কিয়?

টেবলেটবোৰ দুটা বেলেগ বেলেগ ৰঙৰ হয় কিয়?

বতৰ অলপ সলনি হোৱাৰ লগে লগে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আমি ঔষধ খাবলৈ বাধ্য হওঁ। ঋতুৰ পৰিৱৰ্তনৰ লগে লগে বহু স্বাস্থ্যজনিত সমস্যাৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰে, তেতিয়া ইচ্ছা নকৰাকৈয়েও ঔষধ খাবলগীয়া হয়। কিন্তু আপুনি খোৱা এই টেবলেটবোৰ আপুনি কেতিয়াবা সঠিকভাৱে লক্ষ্য কৰিছেনে? তেন্তে আপুনি নিশ্চয় দেখিছে

পানীলগা সমস্যাত ঘনে ঘনে আক্ৰান্ত নে কি? ঘৰুৱা উপাই জানক !

পানীলগা সমস্যাত ঘনে ঘনে আক্ৰান্ত নে কি? ঘৰুৱা উপাই জানক !

বিশেষকৈ ঠাণ্ডাৰ দিনবোৰত আমাৰ শৰীৰটোক অত্যধিক যত্নৰ প্ৰয়োজন হয়। সমগ্ৰ ভাৰতত ঠাণ্ডাৰ পৰিস্থিতি অব্যাহত আছে। এনে বতৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত ধ্বংসাত্মক প্ৰভাৱ পেলায় কিয়নো আমি সচৰাচৰ বিভিন্ন চৰ্দিৰ লক্ষণত ভুগি আছোঁ। পিঁয়াজ-মৌ চিৰাপ হৈছে এক ভেষজ ঘৰুৱা মিশ্ৰণ যাক কাহ আৰু চৰ্দিৰ লক্ষণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়