শীতৰ আগমনৰ লগে লগে আৰম্ভ হৈছে শীতজনিত এক ৰোগ পানীলগা। চাইনাছাইটিছৰ সমস্যা থকা লোকৰ বাবে ই আৰু অসহনীয় হোৱা দেখা গৈছে। বতৰৰ পৰিৱৰ্তনৰ এই সন্ধিক্ষণখিনিত সাৱধানে নাথাকিলে যিকোনো মানুহৰে হ’ব পাৰে পানীলগা, কাহ বা জ্বৰ। ইফালে আছে ক’ৰোনাৰ শীতল আতংক। এনে অৱস্থাত যদি আপুনিও পৰিছে এনে শীতকালীন অসহনীয় বেমাৰত, তেন্তে
Category: Assamese News
দৈনিক জীৱনত এনেদৰে মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিছে, যাৰ ফলত বহু লোকেই উচ্চৰক্তচাপৰ দৰে সমস্যাত ভুগিব ধৰিছে। ইয়াৰ কোনো নিৰ্দিষ্ট লক্ষণ নাই যদিও প্ৰায়সময়ত মূৰৰ বিষ, মানসিক অনৃৱসাদ, বমি আদিৰ দৰে লক্ষণ দেখা যায়। নিমখঃ হাইপ্ৰেচাৰৰ অন্যতম কাৰণ হৈছে শৰীৰত অত্যাধিক চডিয়াম জমা হোৱা। সেইবাবে যিসকলৰ এই সমস্যা আছে খুব
উৰাবাতৰি বিয়পি পৰিছে যে টেনিছৰ চুপাৰষ্টাৰ ছানিয়া মিৰ্জা আৰু তেওঁৰ স্বামী ছোৱেব মালিক পৃথক হৈছে। পাকিস্তানী ক্ৰিকেটাৰ ছোৱেব মালিক আৰু ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই তেওঁলোকৰ ১২ বছৰীয়া বিবাহ সমাপ্ত কৰিছে আৰু তেওঁলোকৰ পুত্ৰ ইজান মিৰ্জা মালিকৰ সহ-প্ৰতিপালন কৰি আছে বুলি অভিযোগ কৰা হৈছে। সূত্ৰ অনুসৰি ছানিয়া আৰু শোয়েব একেলগে
ভাৰতৰ আটাইতকৈ সস্তা বৈদ্যুতিক কাৰ ইএএছ-ই 16 নৱেম্বৰত মুকলি হ’ব
কৰ্ণাটক শিক্ষক নিযুক্তি পৰীক্ষাৰ এগৰাকী প্ৰাৰ্থীৰ এখন এডমিট কাৰ্ড ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পৰীক্ষা দিবলৈ যোৱা এগৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ছপা হৈছে বলীউডৰ অভিনেত্ৰী ছানী লিয়নীৰ এখন অশ্লীল ফটো। কৰ্ণাটক কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ বি আৰ নাইডুৱে টুইটাৰত এই এডমিট কাৰ্ডৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছে, “শিক্ষক নিযুক্তি পৰীক্ষাত পৰীক্ষাৰ্থীৰ