আধ্যাত্মিক শিক্ষা বুলিলে বুজিব লাগিব যে জীৱন আৰু জগতৰ ই এক সুশীল অনুশাসন৷ এই অনুশাসনে শৃংখল মনুষ্যক শ্রেষ্ঠ জীৱ বুলি উচ্চস্তৰত উপস্থাপিত কৰিছে৷ পৃথিৱীত ভাল আৰু বেয়া দুটা দিশ আছেই৷ কোনবিধ গ্রহণ কৰিলে জীৱনক সুন্দৰ, মহত্ত্বপূর্ণ, আদৰণীয় আৰু মাধুর্যময় কৰি তুলিব পাৰি, সেই ধাৰণা বিবেকৰ দান৷ এইখিনিতে আধ্যাত্মিকতাৰ প্রয়োজন অত্যধিক৷
Category: Assamese News
পল পল দণ্ড কৰি সময় গৈছে উৰি পাখিলগা কাঁড়ৰ নিচিনা অবিৰাম…৷’ সময় পখিলা উৰি যায় পাখি মেলি মেলি অনন্ত গতিৰে, অবিৰাম৷ সময়ৰ এই দুৰন্ত গতি অপ্রতিৰোধ্য সময়ক ধৰি ৰাখিব পৰা শকতি আমাৰ কাৰোৰে নাই৷ সময়ে কালৈকো অপেক্ষা নকৰে৷ সময়ৰ গতিক যদি মানুহে ৰোধ কৰিব পাৰিলে হয়, তেতিয়া আমি অপূর্ণ কর্মৰ
কেন্দ্রীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রালয়ে ২০২২ বর্ষৰ ৰাষ্ট্রীয় ক্রীড়া বঁটা ঘোষণা কৰিছে৷ সেই অনুসৰি ক্রীড়া ক্ষেত্রৰ সর্বোচ্চ সন্মান ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নির্বাচিত হৈছে টেবুল টেনিছ তাৰকা অচন্থ শৰথ কমল৷ আনহাতে সন্মানজনক অর্জুন বঁটাৰ বাবে নির্বাচিত কৰা হৈছে দেশৰ ২৫গৰাকী তাৰকা ক্রীড়াবিদক৷ অসমৰ স্বর্ণকন্যা নয়নমণি শইকীয়ালৈও আগবঢ়োৱা হৈছে অর্জুন
গৰম আহাৰ খাওতে, দাত কামোৰ খালে বা কোনো তৰলজাত দ্ৰব্য খাওতে মুখৰ ভিতৰত যদি পোৰে, বা ঘা লাগে তেন্তে সেই কষ্ট এতিয়াৰে পৰা ৪ টা ঘৰুৱা উপায়েৰে কৰক সমাধান। এলোভেৰাৰ ৰস বা এলোভেৰা জেল মুখৰ ঘাত লগালে দ্রুত হাৰত সকাহ পোৱা যায়! এলোভেৰাৰ ৰস বা এলোভেৰা জেল হ’ল প্রাকৃতিক এন্টিচেপ্টিক
পছন্দৰ জীৱন যাপন কৰিবলৈ কেনেকৈ শাৰীৰিক আৰু মানসিক উন্নতি সাধন কৰিব