মষ্টাইটিছ হৈছে যুৱতী বা মহিলাৰ বুকু প্রদাহিত হোৱা একপ্রকাৰ ৰোগ৷ কেৱল যদি স্তনযুগল বা যিকোনো এটি প্রদাহিত হয়, তেন্তে তাক পেৰেনকাইমেটাছ মেষ্টাইটিছ বোলা হয়৷বহুতো বাহ্যিক বা আভ্যন্তৰীণ কাৰণত স্তনৰ প্রদাহ হ’ব পাৰে৷ কিছুমান চর্মৰোগ বিশেষকৈ বিসর্প, এৰিথিমা, কাউৰ ঘা, প্রুৰিগ’ৰ আক্রমণ, স্তন বন্ধনিৰ ঘর্ষণ, ফোঁহোৰা, অগ্ণিদাহ, স্তনত আঘাত লগা, স্তনত
Category: Assamese News
জীৱন মানেই সুখ আৰু দুখৰ সমষ্টি। কিন্তু সংসাৰত এনে কিছুমান মানুহ থাকে যিসকল জন্মৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থাকে। তেওঁলোকক আধুনিক ভাষাত দিব্যাংগ বুলি কয়। কোনোৱে জন্মৰ পৰাই আৰু কোনোৱে জীৱনৰ আদবাটতে এনে সমস্যা পৰে। এয়া স্বাভাৱিকতে অতি কৰুণ কথা। ইয়াৰ লগতে কোনোবাই জন্মতে সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰে,
ডিমৰ খোলা আমি সকলোৱেই কুহুমটো উলিয়াই দিয়াৰ পাছত পেলাই দিও। কিন্তু এই ডিমৰ খোলাৰ মাজতে আছে এনে কিছুমান গুণ যাৰ কথা জানিলে আচৰিত হ’ব আপুনি! ডিমৰ খোলা খুবেই কার্যকৰী সামগ্ৰী। ৰূপচর্চাৰ পৰা গৃহস্থলীৰ নানা কামলৈকে ডিমৰ পেলনীয়া খোলা ব্যৱহাৰ কৰিব পৰা যায়। কফিৰ সোৱাদৰ তিতা ভাব আতৰাবলৈ ডিমৰ খোলাৰ গুৰি
প্রকৃতিৰ চিৰাচৰিত নিয়ম অনুযায়ী গছত লগা ফল পূৰঠ হৈ পকিবলৈ ধৰে আৰু পকা ফল এদিন নিজে নিজে সৰি পৰে৷ পূৰঠ ফল এটাৰ অন্তঃভাগত হোৱা শৰীৰ ক্রিয়াৰ বাবেই বাহ্যিক লক্ষণৰো পৰিৱর্তন হয়৷ আনহে নালাগে পকি সৰিবলৈ ধৰা ফলৰ পুষ্টিগুণো বহুখিনি লোপ পায়৷ সেই দিশটোলৈ লক্ষ্য কৰি সৰি পৰাৰ আগতেই গছৰ ফল
গৰম গৰম খাদ্য বহুতৰেই পছন্দ। বিশেষকৈ ঠাণ্ডা দিনত খোৱা আহাৰ কম সময়তে ঠাণ্ডা হৈ যায়। আৰু বাৰে বাৰে ৰান্ধি থকাতকৈ কিছুলোকে এবাৰতে বেছি পৰিমানে ৰান্ধি থয়। পাছত সেয়া গৰম কৰি কৰি খায়। কিন্তু আপুনি জানেনে, কিছুমান খাদ্য বাৰেবাৰে গৰম কৰি খালে হ’ব পাৰে বিপদ! লগতে সেই খাদ্যৰ পুষ্টিগুণ হ্ৰাস পোৱাৰ