Category: Assamese News

দৈনিক কেঁচা হালধি খাওক আৰু সুস্থ থাকক

দৈনিক কেঁচা হালধি খাওক আৰু সুস্থ থাকক

আপোনাৰ ঘৰৰ বাৰীতে পোৱা অথবা অতি সহজলভ্য হালধি হ’ব পাৰে দিব্য ঔষধি। হালধিৰ বহু গুণাগুণৰ বিষয়ে আপোনালোৰ নিশ্চয় জ্ঞাত। হালধিৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা। Journal Of General Virology শীৰ্ষক এখন আলোচনীত প্ৰকাশ পোৱা মতে হালধিত আছে বহু কেইটা ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। ক’ৰোনাকে ধৰি ডায়েৰিয়া,

আপুনি ডায়েবেটিছ ৰোগী নেকি? তেন্তে নিতৌ খাওঁক এই কেইবিধ শাক-পাচলি

আপুনি ডায়েবেটিছ ৰোগী নেকি? তেন্তে নিতৌ খাওঁক এই কেইবিধ শাক-পাচলি

সাধাৰণ ৰোগসমূহৰ ভিতৰত এতিয়া সাধাৰণ ৰোগ হৈ পৰিছে ডায়েবেটিছ বা মধুমেহ ৰোগ। প্ৰায় সংখ্যক লোকেই বৰ্তমান এই ৰোগত আক্ৰান্ত। ডায়েবেটিক ৰোগীসকলে খাদ্যৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হৈ থাকিব লাগে। যিকোনো খাদ্য খোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে। এনে কেইবিধমান শাক আছে যিয়ে মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে—- পালেংঃ পালেং শাকত বহুকেইটা ভিটামিন পোৱা

কি খায় ভাল পায়, ভাত নে ৰুটি ? জানেনে আমি খোৱা খাদ্যত কিমান কেলৰি থাকে…

কি খায় ভাল পায়, ভাত নে ৰুটি ? জানেনে আমি খোৱা খাদ্যত কিমান কেলৰি থাকে…

ক্রমশ আপোনাৰ ওজন বাঢ়ি গৈছে নেকি? হাজাৰ চেষ্টাৰ পাছতো কি শকত হৈ গৈছে নেকি? তেন্তে কি কৰিব ! কি খাব কি নাখাব তাক লৈ বিবুধিত পৰিছে নেকি! জানেনে আমি খোৱা দৈনন্দিন খাদ্য তালিকাৰ খাদ্যত কিমান কেলৰি থাকে আৰু শৰীৰৰ চাহিদা অনুযায়ী সেই খাদ্য কিমান উপযুক্ত। জানো আহক সবিশেষ ১) এক

কাণৰ লতিৰ বিষ

কাণৰ লতিৰ বিষ

কাণৰ লতিৰ বিষ ঘাইকৈ মহিলাসকলৰ হয়৷ তেওঁলোকে কাণত যিবোৰ অলংকাৰ পিন্ধে, সেই অলংকাৰবোৰে কোনো কোনো মহিলাৰ কাণৰ লতিত এলার্জীৰ সৃষ্টি কৰে৷ লতিটো বিষায়, খজুৱায়, কেতিয়াবা ৰঙা ৰঙা দাগ পৰে৷ তেনে হোৱাৰ কাৰণ যে বিভিন্ন ধাতুৰ পৰা তৈয়াৰ কৰা অলংকাৰ, সেই কথা বেছিভাগ মহিলাই বুজি নাপায়৷ ফলত সমস্যাটোৰ মূল কাৰণ দূৰ