পছন্দৰ জীৱন যাপন কৰিবলৈ কেনেকৈ শাৰীৰিক আৰু মানসিক উন্নতি সাধন কৰিব
Category: Assamese News
Miss Teen Diva ৰ চূড়ান্ত প্ৰতিযোগিতালৈ গুৱাহাটীৰ বৰ্ষা কিৰণ
আপোনাৰো চুলি সৰে নেকি? যদি সৰে আপোনাৰ বাবে এনে এক প্রাকৃতিক উপায় আছে যি উপায়ে আপোনালোকক পৰিত্রাণ দিব৷ সকলোৱে ধুনীয়া চুলি বিচাৰে, কিন্তু পৰিৱর্তনশীল জীৱনশৈলী আৰু দুর্বল আহাৰৰ বাবে বেছিভাগ লোকৰে মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰে৷ আজিকালি দেখা যায় যে পুৰুষৰ মূৰৰ চুলিও কম বয়সতে সৰিবলৈ আৰম্ভ কৰে৷ সকলোৱে জানে
সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে আপোনাৰ কি উপকাৰ হ’ব পাৰে ? এক অধ্যয়নত শেহতীয়াকৈ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে । বাথ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এক সপ্তাহৰ বাবে সামাজিক মাধ্যমৰ পৰা বিৰত থাকিলে মানসিক স্বাস্থ্যত কেনে প্ৰভাৱ পৰে তাক লৈ অধ্যয়ন কৰিছিল। অধ্যয়নটোত অংশগ্ৰহণকাৰীসকলক সপ্তাহৰ প্ৰায় ৯ ঘণ্টা সামাজিক মাধ্যম ব্যৱহাৰ
ক’ভিডোত্তৰ পৰিৱেশত দুবছৰৰ মূৰত যেতিয়া আমাৰ শিশুসকল পুনৰাই স্কুললৈ যাবলৈ ল’লে, অভিভাৱকসকলো এটা সমস্যাৰ সন্মুখীন হ’ল– ‘এটা স্বাস্থ্যকৰ টিফিন কেনেদৰে দিয়া যায়?’ কেৱল যোৱা দুবছৰে শিশুসকলেই বিদ্যালয়ৰ পৰা আঁতৰি থকা নাছিল, অভিভাৱকসকলো সমান্তৰালভাৱে নিজৰ দৈহিক ৰুটিনখনৰ পৰা বিচ্যুত হৈছিল– যেনেদৰে পুৱা সোনকালে শুই উঠি নিজৰ ল’ৰা–ছোৱালীৰ বাবে টিফিন তৈয়াৰ কৰা