মানৱদেহৰ অন্যান্য অংগত হোৱা বিষৰ দৰেই প্রায় বহুসংখ্যক লোকেই নিজ জীৱনকালত কম–বেছি পৰিমাণে কঁকালৰ বিষত ভোগে৷ ভিন্ন শাৰীৰিক ৰোগৰ লক্ষণ বা উপসর্গ হিচাপেও কঁকালৰ বিষ হোৱা দেখা যায়৷ পিছে বর্তমান সময়ত কঁকালৰ বিষত ভোগা বহুসংখ্যক লোকৰেই বিষৰ কাৰণ– শ্লীপ ডিস্ক বা প্র’লেপড্ ডিস্ক৷ সাধাৰণতে শ্লীপ ডিস্ক বুলিলে মানুহে সহজভাৱে বুজি
Category: Assamese News
নহৰু, আপোনাৰ মোৰ পাকঘৰৰ একপ্ৰকাৰ মছলা। জুতি লগা খাদ্যখন নহৰু ন’হলেই যেন নচলেই। মাছ-মাংসৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ব্যঞ্জনতে নহৰুৰ অৱদান অপৰিহাৰ্য। কেৱল খাদ্যতেই নহয় পেটৰ বিভিন্ন ৰোগটো নহৰু খালে ভাল। গেষ্ট্ৰিক, বদহজমকে ধৰি পেটৰ বিভিন্ন ৰোগত নহৰু খালে ভাল হয়। তেজ পৰিস্কাৰ কৰাটো নহৰু গুণাগুণ অধিক। কিন্তু আপুনি
ডাঃ ৰাজীৱ লোচন শর্মা চেম্বাৰত শেষৰ ৰোগীগৰাকীক চাবলৈ সাজু হৈছেছা৷ এনেতে এগৰাকী মাক জীয়েকৰ সৈতে ভিতৰলৈ সোমাই আহিল৷ দুর্বল, শেঁতা পৰা ছোৱালীজনী দেখিয়েই বুজিলোঁ ৰোগী মাক নহয়, ছোৱালীজনীহে৷ ‘কি হ’ল তাইৰ?’ মোৰ প্রশ্ণৰ উত্তৰত মাকগৰাকীয়ে কান্দোনভৰা মাতেৰে ক’লে– ছাৰ তিনি মাহ ধৰি এইৰ স্রাৱ গৈয়েই আছে৷ শান্তি হোৱা দিন ধৰি
আজিৰ ব্যস্ত জীৱনশৈলী, অনিয়মীয়া বা অনিয়ন্ত্ৰিত আহাৰ আৰু অত্যধিক চাপে মানুহৰ যৌন জীৱনক প্ৰভাৱিত কৰিছে। বহু লোকৰ চিন্তা হৈছে এই সমস্যাক লৈ। আনহাতে শাৰীৰিক সম্পৰ্ক বা যৌন জীৱনক অৱহেলাও কৰিব নোৱাৰি। আনহাতে দেখা যায় যে বহু লোক বয়সৰ বাবে যৌন সম্ভোগ কৰিবলৈ অনিচ্ছুক হৈ যায়। বয়সৰ লগতে নানা বেমাৰৰ কাৰণেও
আয়ুর্বেদ অনুসৰি পাচন সম্বন্ধীয় সমস্যা হৈছে প্রায়ভাগ ৰোগৰ মূল কাৰণ৷ পাচনতন্ত্র শক্তিশালী হ’লে অধিকসংখ্যক ৰোগ প্রতিৰোধ কৰাৰ লগতে নিৰাময় কৰিব পাৰি৷ আয়ুর্বেদত পাচনতন্ত্র সবল কৰি ৰাখিবলৈ কেতবোৰ নিয়মাৱলী উল্লেখ কৰিছে৷ সেইসমূহ হৈছে– ৰাতিপুৱা শুই উঠি পানী সেৱন কৰাঃ ৰাতিপুৱা শুই উঠিয়ে এগিলাচ পানী খোৱাৰ অভ্যাসে পাচন সম্বন্ধীয় বহুতো সমস্যা দূৰ