অহা ২০ নৱেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত উত্তৰ–পূর্বাঞ্চলৰ পৰা অংশগ্রহণৰ সুযোগ লাভ কৰিছে জ্যেষ্ঠ ক্রীড়া সাংবাদিক তথা ফটোগ্রাফাৰ গীতিকা তালুকদাৰে৷ বিশ্বৰ আগশাৰীৰ এই ফুটবল মহাৰণৰ বা–বাতৰি সংগ্রহৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ পৰা দ্বিতীয়বাৰৰ বাবে সুযোগ লাভ কৰা গীতিকা তালুকদাৰেই হৈছে একমাত্র মহিলা সাংবাদিক৷ ইয়াৰ পূর্বেও ২০১৮ বর্ষত ৰাছিয়াত অনুষ্ঠিত ফিফা
Category: Assamese News
আপুনি যদি এজন ডায়েবেটিছ ৰোগী, তেনেহ’লে মন কৰিব যে যেতিয়াই আপুনি কিবা কাৰণত চিন্তিত হৈ পৰে তেতিয়াই আপোনাৰ শৰীৰত ছুগাৰৰ পৰিমাণো বাঢ়ি যায়৷ যেতিয়া মন শান্ত–নিশ্চিন্ত–আনন্দ্ অৱস্থাত থাকে, তেতিয়া আপোনাৰ শৰীৰত ছুগাৰৰ পৰিমাণো নিয়ন্ত্রিত হৈ থাকে৷ কিয় এনে হয়? বুজি লওক তেনেহ’লে– যেতিয়াই আমাৰ মনলৈ কোনো প্রকাৰৰ চিন্তা আহে, তেতিয়া
আমেৰিকা আৰু ইউৰোপীয় কেইবাখনো দেশৰ সমূহীয়া ভিনটেজ কাৰ ৰেলী ভাৰতবৰ্ষত ৷ বিগত ১০ বছৰ ধৰি বেলজিয়ামৰ এটা সংস্থাই বিভিন্ন দেশত ভিনটেজ কাৰ ৰেলী কৰি অহাৰ পাছত এইবাৰ এছিয়া মহাদেশৰ তিনিখনকৈ ৰাষ্ট্ৰত আৰম্ভ ২৫ দিনীয়া ভিনটেজ কাৰ ৰেলী ৷ ইতিমধ্যে ভূটান ভ্ৰমণ সম্পন্ন কৰি কাজিৰঙাত উপস্থিত হোৱা দলটিয়ে উত্তৰ-পূব ভাৰত ভ্ৰমণ
এই পৃথিৱীৰ সকলো মানুহে জীৱনৰ শেষ সময়ত যেতিয়া মৃত্যুৰ ক্ষণ গণে তেতিয়াহে মনত স্বৰ্গলৈ যোৱাৰ আশা খুব জাগ্ৰত হয়। কিন্তু আপুনি জানেনে স্বৰ্গত কি কি থাকে, কেনেকুৱা হয় স্বৰ্গলোক , আৰু সেই ঠাই পোৱাৰ পিছত আত্মাৰ অনুভূতি কেনেকুৱা হয় , এই ঐশ্বৰিক ৰহস্যময় কথা আজিৰ ধাৰ্মিক লোকে নিশ্চয় ভাল পাব।
অখিল গগৈৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন। চিকিৎসকৰ মতে সম্পূৰ্ণ বিপদমুক্ত বিধায়ক গৰাকী