কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ’ল হাতী ছাফাৰি ৷ উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰে পৰ্যটকৰ বাবে হাতী ছাফাৰি ৷ আজি পুৱা ৫.৩০ বজাত পৰম্পৰাগত হস্তী পূজাৰ পাছতে উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰৰ সমীপৰ মিহিমুখ হস্তী চূড়াত নাৰিকল
Category: Assamese News
বিহাৰৰ কিষাণগঞ্জৰ গালগালিয়া সীমান্তত আৰক্ষী আৰু এছ এছ বিয়ে যৌথভাৱে আটক কৰিছে আমেৰিকাৰ নাগৰিকত্ব থকা এগৰাকী সন্দেহযুক্ত পাকিস্তানী মহিলাক। মহিলাগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বুধবাৰে মহিলাগৰাকীয়ে বৈধ নথি-পত্ৰ অবিহনে ভাৰতৰ সীমান্ত পাৰ হৈ নেপাললৈ যাবলৈ চেষ্টা কৰিছিল। ইয়াৰ মাজতে তেওঁ ধৰা পৰিল। উল্লেখ্য যে মহিলাগৰাকী আগতেও এনেদৰে ধৰা পৰিছে। লগতে
কাজিৰঙা আৰু কাৰ্বি আংলঙৰ সেউজ ভূমিত বলীউড কুইন কংগনা ৰানাৱট৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কংগনাই আজি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত আধাৰিত Emergency ছবিৰ শ্বুটিঙৰ বাবে লোকেশ্বন সন্ধান কৰে ৷ কাৰ্বি আংলঙৰ চাৰবুৰা ইংতি, মালচী, কাকচাং, দলামৰা আদি অঞ্চলৰ লগতে চাহ বাগিচা আৰু
‘মিঞা সকলে কিতানী-বালানী কয়, ইহঁত কেনেকৈ অসমীয়া?’ : ৰূপজ্যোতি কুৰ্মী
যিকোনো খাদ্যসামগ্রী যদিও উৎকৃষ্ট গুণেৰে ভৰপূৰ তথাপি কোনো কোনো ৰোগত সি অপথ্যও হ’ব পাৰে৷ কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী৷ কিন্তু কিছুমান ৰোগত অপকাৰী৷ যেনে– * কিডনি ষ্টোন হ’লে কচু খোৱা অনুচিত৷ কিয়নো ইয়াত থকা প্রচুৰ পৰিমাণৰ কেলছিয়াম অক্সলেটে calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে৷ বেছিভাগ কিডনী ষ্টোন