24.3 C
Assam
Monday, November 28, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ? ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…

Assamese Newsভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ? ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…
  • ভোক নলগাৰ সমস্যাত পৰিছে নেকি ?
  • ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ?
  • ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…

সকলো মানুহেই ভোক নলগা সমস্যাৰ বাবে লিভাৰ বা যকৃতক জগৰীয়া কৰে । কিন্তু এই সমস্যাৰ লগত মস্তিষ্কৰ এক বিশেষ অংশ জড়িত হৈ থাকে । ইয়াক হাইপ’থেলামাছ বুলি কোৱা হয় । আমাৰ ভোক অনুভৱ হ’লে, খাদ্যনলীৰ পৰা কিছুমান স্নায়ুৰ জৰিয়তে মগজুৰ হাইপ’থেলামাছ নামৰ অংশলৈ কঢ়িয়াই লৈ যায় । ইয়াৰ লগতে এনে বহু কাৰণ থাকিব পাৰে যাৰ বাবে আমাৰ ভোক নালাগে ।

উদাহৰণস্বৰূপে অত্যধিক মানসিক চাপ, গেষ্ট্ৰাইটিছ, জণ্ডিছ, কোষ্ঠকাঠিন্য, ডায়েৰিয়া, ডিচেণ্ট্ৰী আদি ৰোগৰ বাবে ভোক নলগা লক্ষণে দেখা দিব পাৰে ।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অত্যধিক তেল, মচলা, ভজা, জ্বলা পোৰা খাদ্য কমাই গ্ৰহণ কৰিলে কিছু পৰিমাণে মুক্ত হ’ব পৰা যায় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: