নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–বান বিধ্বস্ত নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ বানাক্ৰান্তসকলৰ মাজত নগাঁও উকীল সন্থাৰ এটি দলে ৰবিবাৰে বান সাহায্য প্ৰদান কৰে। নগাঁও উকিল সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ আৰু সাধাৰণ সম্পাদক অজিত কুমাৰ বৰাৰ নেতৃত্বত যোৱা অধিবক্তাৰ দলটিয়ে আজি পুৱাৰ ভাগত ৰহা
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,৩জুলাই :–মণিপুৰৰ ননী জিলাৰ টুপুলত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলি অঞ্চলৰ আজি পৰ্যন্ত ৭ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে । ৰবিবাৰে ৪ জন শ্ৰমিকৰ নশ্বৰদেহ স্ব-গৃহত অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । অঞ্চলটোৰ খোৰাগোসাঁই বড়ি গাঁৱৰ গোপাল ফুকন,পল্লৱ লৰম,লাউভুৰুঙ্গা গাঁৱৰ হৰমোহন ডেকা আৰু
গাড়ীত উঠি দীঘলীয়া ভ্ৰমণ কৰিব বহুতে নোৱাৰে। ক’ৰবালৈ ফুৰিবলৈ যাওতে গাড়ীত প্ৰায়ে তেনেকুৱা এজনক লগ পোৱা যায়, যাৰ গাড়ীত উঠিলে বমি হয় বা শৰীৰ দুৰ্বল হৈ পৰে। ভ্ৰমণৰ সময়ত বমি হোৱা বা বমি বমি লগা ৰোগক Motion Sickness Symptoms বুলিও কোৱা হয়।বিশেষজ্ঞই কোৱা মতে, ভয়ে ভয়ে ভ্ৰমণ কৰিলেও এনে ধৰণৰ
চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। বহুদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাস অৱশেষত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল। দীৰ্ঘদিন ধৰি মহানগৰীৰ ‘হেলথ চিটি’ নামৰ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল তেওঁ। শনিবাৰে চেন্নাই চহৰৰ এখন প্ৰাইভেট হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকী। মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈ জানিব
সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগ ২৯ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাওঁ চহৰৰ দেউৰীপাৰাস্থিত ৰাজহুৱা খেলপথাৰত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ প্ৰাথমিক শিবিৰৰ আৰম্ভ কৰে। জানিব পৰামতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত সভাপতি কৃষ্ণ মোহন ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয় উক্ত সভাত ছাপৰাকাটা