19 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

বঙাইগাঁও জিলাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিয়ে অগ্নিপথ আঁচনিৰ ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

Assamese Newsবঙাইগাঁও জিলাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিয়ে অগ্নিপথ আঁচনিৰ ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগ ২৯ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাওঁ চহৰৰ দেউৰীপাৰাস্থিত ৰাজহুৱা খেলপথাৰত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ প্ৰাথমিক শিবিৰৰ আৰম্ভ কৰে।

জানিব পৰামতে ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত সভাপতি কৃষ্ণ মোহন ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়

উক্ত সভাত ছাপৰাকাটা এছ এছ বিৰ কেপ্টেইন ,সমাজ সেৱীকা লিনা সিংহ আদিয়ে ভাষণ দিয়ে।

ইয়াৰ পিছতেই আৰম্ভ হয় পাঁচ শতাধিক যুৱক যুৱতীৰ কেতবোৰ দিশত বিভিন্ন প্ৰশিক্ষণৰ কাৰ্যসূচী

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!