সুস্বাস্থ্য অটুট ৰখাৰ বাবে যিদৰে সুষম তথা পুষ্টিসাধক খাদ্য আৰু ব্যায়ামৰ প্রয়োজন, ঠিক একেদৰে সুনিদ্রাও আপোনাৰ শাৰীৰিক সুস্থতাৰ হেতু আৱশ্যক৷ দিনটোৰ ভিতৰত অন্ততঃ সাত–আঠ ঘণ্টাৰ টোপনিৰ প্রয়োজন৷ যদি আপোনাৰ পর্যাপ্ত টোপনিৰ অভাৱ হয়, তেন্তে তাৰ প্রভাৱ দেহত স্পষ্ট হ’ব ধৰে৷ তদুপৰি মূৰৰ বিষ, উচ্চ ৰক্তচাপ, খিংখিঙীয়া ভাব, আলস্যতা ইত্যাদি বঢ়াৰ
Category: Assamese News
আঙুলিৰে নাক খজুৱাই থকাটো বদ্ অভ্যাস৷ নাকত কাপোৰ, কাগজ বা তেনে কোনো বস্তু সুমুৱাই সুৰসুৰাই দি হাঁচি মাৰিবলৈ চেষ্টা কৰা অনুচিত৷ ধূমপান পৰিহাৰ কৰিব লাগে৷ হাঁচি মাৰিবৰ সময়ত ৰুমালেৰে নাক ঢ়াকি ৰাখিব লাগে৷ খোৱা টেবুলত হাঁচি আহিব খুজিলে পৰাপক্ষত একাষৰীয়াকৈ উঠি যাব লাগে অথবা ৰুমাল ব্যৱহাৰ কৰিব লাগে৷ ধূলি–ধোঁৱাৰে পৰিপূর্ণ
◼মৌ, গ্রীন টী আৰু চেনিৰ স্ক্রাব ঃ গ্রীন টী দুচামুচ লৈ তাতে দুচামুচ মৌ মিহলাব৷ এতিয়া চাৰি চামুচ চেনি এই মিশ্রণত মিহলাব৷ এটা ডাঠ পেষ্ট প্রস্তুত নোহোৱালৈকে চেনি মিহলাই থাকিব৷ মৌ হৈছে প্রাকৃতিক বিজাণু প্রতিৰোধী৷ প্রতি সপ্তাহত দুদিনকৈ এই স্ক্রাব ব্যৱহাৰ কৰিব আৰু উজ্জ্বল আৰু সতেজ ছাল লাভ কৰিব৷ ◼কল
১) চাহত এণ্ঢিক্সিডেণ্ট থাকে, যিয়ে আমাৰ নানা বেমাৰত বাধা দিয়ে ৷ (২) চাহত কম পৰিমাণে কেফাইন থাকে বাবে শৰীৰৰ কোনো ক্ষতি নকৰে ৷ (৩) চাহে হার্ট এটেক আৰু ষ্ট্র’ক বেমাৰৰ পৰা হাত সৰাত সহায় কৰে ৷ (৪) চাহে শৰীৰৰ হাড টান আৰু মজবুত কৰাত সহায় কৰে ৷ (৫) চাহে মিঠা
প্রখৰ উত্তাপে সকলোৰে দৈনন্দিন জীৱনত প্রভাৱিত কৰিছে৷ এই সময়ছোৱাত ছালৰ যতন লোৱাটো খুবেই গুৰুত্বপূর্ণ৷ ঘৰতে থকা কিছুমান সামগ্রীৰে আমি সহজে ছাল আৰু মুখমণ্ডলৰ যত্ন ল’ব পাৰোঁ৷ আজি ক’ব খোজা হৈছে সৌন্দর্য চর্চাত আইচ কিউবৰ ব্যৱহাৰৰ বিষয়ে৷ rবিলাহী আৰু নেমুৰ ৰস আইচ ট্রেট থৈ আইচ কিউব বনাই ল’ব৷ এতিয়া এই আইচ