নিউজ ব্যুৰ’,নগাঁও,২৫জুন:– নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত হাতীচোং মৌজাত শুক্ৰবাৰে “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” নামৰে যোগ,প্ৰাণায়ম আৰু প্ৰাকৃতিক চিকিৎসাৰ অনুষ্ঠান এটি মুকলি কৰা হয় । এই উপলক্ষে খালৈগাঁৱৰ চৰ্দাৰ বল্লভভাই পেটেল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কেন্দ্ৰটিৰ শুভাৰম্ভণি উপলক্ষে সমাজকৰ্মী শিৱজ্যোতি
Category: Assamese News
হাজোৰ বান পৰিস্থিতি কিছু অঞ্চলত কিছু উন্নত হৈছে যদিওঁ কেতবোৰ স্থানত এতিয়াও পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বহু লোকে সুৰক্ষিত স্থানত অৱস্থান কৰিব নোৱাৰাত দুৰ্বিহ জীৱন অতিবাহিত কৰিব লগীয়া হৈছে।পানীৰ মাজতেই ককবকাই বিনিদ্ৰ ৰজনী অতিবাহিত কৰা সেই সকল বানাক্ৰান্ত লোকক উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিধায়িকা সুমন হৰিপ্ৰীয়াই। বিশেষকৈ মনাহকুছি
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত Modi @20 Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখনৰ ৰাজ্যিক ভিত্তিত হোৱা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা । যোৱা ২০ বছৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী সবল নেতৃত্বত আমাৰ দেশখনে উন্নয়নৰ দিশত কেনেদৰে অগ্ৰগতি লাভ কৰিছে, তাৰ এক অগ্ৰণী উদাহৰণ হৈছে এই গ্ৰন্থখন। গ্ৰন্থখনে পঢ়ুৱৈ সমাজক মোদীৰ
২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা। সকলো পৰীক্ষাৰ্থীলৈকে শুভেচ্ছা বাৰ্তা যাচিছে মুখ্যমন্ত্ৰীয়ে। এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল—- sebaonline.org resultsassam.nic.in results.shiksha assamresult.in assamresult.co.in
অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ দল কৰায়ত্ত কৰা হৈছে।৫গৰাকী মহিলা আৰু এজন বাবাক আটককৰা হৈছে।ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।মেলাত পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা সৰু সৰু কাটাৰেৰে কাটি নিছে চেইন। কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি হৈছে।আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি