২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল:এইকেইটা ৱেবছাইটত পাব ফলাফল

1 min read

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা। সকলো পৰীক্ষাৰ্থীলৈকে শুভেচ্ছা বাৰ্তা যাচিছে মুখ্যমন্ত্ৰীয়ে।

এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল—-

sebaonline.org
resultsassam.nic.in
results.shiksha
assamresult.in
assamresult.co.in

You May Also Like

More From Author