32.2 C
Assam
Monday, August 8, 2022

Featured News

নগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

নিউজ ব্যুৰ',নগাঁও,৬আগষ্ট:--নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ...

BTR CEM Pramod Boro Lauds NTPC GEM Initiative

On Friday, BTR CEM Pramod Boro interacted...

২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল:এইকেইটা ৱেবছাইটত পাব ফলাফল

Assamese News২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল:এইকেইটা ৱেবছাইটত পাব ফলাফল

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা। সকলো পৰীক্ষাৰ্থীলৈকে শুভেচ্ছা বাৰ্তা যাচিছে মুখ্যমন্ত্ৰীয়ে।

এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল—-

sebaonline.org
resultsassam.nic.in
results.shiksha
assamresult.in
assamresult.co.in

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: