হৃত্বিক ৰোশনৰ ভগ্নী পশমিনাই বলীউডত আত্মপ্ৰকাশ কৰিব, অভিনেতাজনে তেওঁক অভিনন্দন জনাই এটা বিশেষ পোষ্ট লিখিছে অভিনেত্ৰী হৃত্বিক ৰোশনৰ সম্পৰ্কীয় ভাই পশমিনা ৰোশনে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। পশমিনাই শ্বাহিদ কাপুৰৰ ২০০৩ চনৰ ছবি ‘ইশ্ক বিষক’ৰ চিকুৱেলৰ সৈতে কেৰিয়াৰ আৰম্ভ কৰিব। এই বিশেষ অনুষ্ঠানত, হৃতিকে পশমিনাৰ বাবে ছ’চিয়েল মিডিয়াত এটা বিশেষ
Category: Assamese News
আজি বিশ্ব পৰিবেশ দিৱস। সেয়ে উজনি অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য পানিদিহিংত শিৱসাগৰ জিলা ট্যুৰিষ্ট গাইড, সামাজিক সংস্থা অৰণ্যমৰ উদ্যোগত তথা শিৱসাগৰ জিলা পৰ্যটন বিভাগৰ সহযোগত এক বৃক্ষ ৰূপণ কাৰ্যসূচী হাতত লোৱা হয়। লগতে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ অন্তত প্ৰকৃতিৰ জমাদাৰ স্বৰূপ শগুণক সংৰক্ষণ কৰাৰ উপৰি খাদ্য যোগানৰ ক্ষেত্ৰত নিৰলস ভাৱে বছৰ
তিনিচুকীয়া জিলাৰ কাকপথাৰ জাতীয় বিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাকপথাৰ উন্নয়ন খণ্ডৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ আৰম্ভনি কৰে মৰাণ নবোদয় বিদ্যালয়ৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়াই। অনুষ্ঠানটোত উপস্থিত থাকে কাকপথাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভুগিল নেওগ, বিদ্যালয়খনৰ শিক্ষক ৰাজেন মৰাণ,মনোজ বুঢ়াগোহাঁই, সাঙবাদিক তথা শিক্ষক প্ৰাঞ্জল বৰুৱা আৰু দশম
চিলাপথাৰৰ ডিমৌত শুক্ৰবাৰে সন্ধিয়া ৬ মান বজাত হঠাৎ অহা বিধ্বংসী ধুমুহাৰ ফলত দিজমুৰ, শ্যামজুলীকে ধৰি কেইবাখনো গাঁৱত অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ ,ভড়ালৰ টিনপাত উৰোৱাই ভাঙি লণ্ড ভণ্ড কৰে। ফলত ওৰেনিশা কোনোৰকম কটাবলগীয়া হ’ল এই সকল ক্ষতিগ্ৰস্ত পৰিয়ালে ৷ হঠাৎ অহা বিধ্বংসী ধুমুহাত বাসগৃহ, বহু মূল্যবান গছ-গছনিৰ উভালি পৰে। লগতে বিদ্যুতৰ খুঁটা
আজি গুৱাহাটীস্থ চছল ক্ষেত্ৰত টেট উত্তীৰ্ণ শিক্ষক সমাজে তেওৱ্লোকৰ বিভিন্ন দাবী ৰূপায়নৰ বাবে ধৰ্ণা দিয়ে।