Category: Assamese News

দক্ষিণপাট,বৰক’লা,কৃষ্ণাইখাট, ম’হমৰীয়া,নৈপাম,তুলসীমুখৰ ৭৫০ বিঘা ৰবিশস্য বানত জাহ

দক্ষিণপাট,বৰক’লা,কৃষ্ণাইখাট, ম’হমৰীয়া,নৈপাম,তুলসীমুখৰ ৭৫০ বিঘা ৰবিশস্য বানত জাহ

নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বান পৰিস্থিতি আজি নৱম দিনাও অপৰিবৰ্তিত অৱস্থাত আছে । সম্প্ৰতি অতি জটিল ৰূপ ধাৰণ কৰা নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণপাট, বৰক’লা,হাতীগড়,পমুৱৈ,তুলসীমুখ,দেউৰীগাঁও,শুকনিপোতা,ননৈকচুপিত, ৰাঙলুমুখ,নৈপাম,চকৰিগাঁও,বুঢ়াগোঁহাই আদৰ্শগাঁও আদিত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু জিলা উপায়ুক্ত নিসৰ্গ হিগৰেয়ে প্লাৱিত অঞ্চলসমূহ আজি পৰিদৰ্শন কৰি জনসাধাৰণৰ অৱস্থাৰ বুজ

হোজাইত এতিয়াও আশ্ৰয় শিবিৰত সহস্রাধিক বানাক্ৰান্ত : পুনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন এজন

হোজাইত এতিয়াও আশ্ৰয় শিবিৰত সহস্রাধিক বানাক্ৰান্ত : পুনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন এজন

কপিলীৰ বাঢ়নী পানী হোজাই জিলাৰ লংকা আৰু হোজাই ৰাজহ চক্ৰত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও লংকা ৰাজহ চক্ৰত এতিয়াও এঘৰটা আৰু হোজাইত ২৯ টা আশ্ৰয় শিবিৰত প্ৰায় দহ শতাধিক লোক আশ্ৰয় গ্ৰহণ কৰি আছে এই লোক সকলক হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ অমনোযোগিতাৰ বাবে হোজাই জিলা উপায়ুক্ত অনুপম

দাবী পূৰণৰ সমৰ্থনত ভেৰগাঁৱত আছাৰ ধৰ্মঘট কাৰ্যসূচী পালন

দাবী পূৰণৰ সমৰ্থনত ভেৰগাঁৱত আছাৰ ধৰ্মঘট কাৰ্যসূচী পালন

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই কেতবোৰ দাবী পূৰণৰ সমৰ্থনত আজি ভেৰগাঁৱত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত, ভেৰগাঁও আঞ্চলিক সমিতিৰ সহযোগত ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা হয় এই ধৰ্মঘট কাৰ্যসূচীত আদিবাসী সকলক জনজাতিৰ মৰ্যাদ দিয়া, চাহ বাগিছা উচ্ছেদ বন্ধ কৰা,

চেলেংহাটত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

চেলেংহাটত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞ। পুৰোহিতৰ মন্ত্ৰোচৰানত মুখৰিত হৈছে যজ্ঞ স্থলী।যজ্ঞত অংশগ্ৰহণ কৰিছে পুৰুষ মহিলা শিশুকে ধৰি বহু সংখ্যক লোকে।এই যজ্ঞ কোনো অপায় অমংগল নাশ কৰিবলৈ বা ভগৱানক সন্তুষ্ট কৰিবলৈ নহয়।এই যজ্ঞ চলিছে দুজন জনপ্ৰতিনিধিৰ সুমতি অহাৰ কামনাৰে । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট লোকসভাৰ সাংসদ তপন

চেলেংহাটত বিশ্ব চাহ দিৱস উদযাপনঃ ৰাইজৰ মাজত বিনামূলীয়াকৈ জৈৱিক গ্ৰীণ টি বিতৰন

চেলেংহাটত বিশ্ব চাহ দিৱস উদযাপনঃ ৰাইজৰ মাজত বিনামূলীয়াকৈ জৈৱিক গ্ৰীণ টি বিতৰন

বিশ্ব চাহ দিৱস উপলক্ষে মৰিয়নিৰ চেলেংহাটস্থিত পুঞ্জয় অৰ্গেনিকৰ স্বত্বাধিকাৰী, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুপ্ৰসাদ গগৈয়ে ব্যতিক্ৰমী ধৰনে উদযাপন কৰে। অচ্যুৎপ্ৰসাদ গগৈয়ে বিশ্ব চাহ দিৱস উপলক্ষে  পথচাৰীৰ মাজত বিনামূলীয়াকৈ লক্ষাধিক মূল্যৰ জৈৱিক গ্ৰীণ টি বিতৰন কৰে। উল্লেখ যে, ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুপ্ৰসাদ গগৈয়ে নিজ