ৰাজ্যৰ ৩ শতাধিক এথলীটৰ অংশগ্ৰহন অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকচ্ প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫
Category: Assamese News
নিউজ ব্যুৰ’,নগাঁও,১জুন: “পুৰণিগুদাম নগাঁৱৰ এখনি ঐতিহাসিক ঠাই ৷ য’ত দানবীৰ সাউদ ভোলানাথ বৰুৱাৰ দৰে লোকৰ জন্ম হৈছিল ৷ যিগৰাকী ব্যক্তিৰ লগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা একেলগে থাকি অসমীয়া ভাষা-সাহিত্যৰ উন্নতি হকে
নিউজ ব্যুৰ’,নগাঁও,৩০মে’:-ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক আদৰ্শ কৃতী শিক্ষক, সমাজসেৱক,নগাঁৱৰ অগ্ৰণী প্ৰতিষ্ঠান ৰুমী-ৰূপকৰ প্ৰতিষ্ঠাপক প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মাৰ ২৫ তম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি এখনি স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পৰ সভাগৃহত
নিউজ ব্যুৰ’,নগাঁও,৩০মে’:–নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও নৰ্মাল স্কুল চৌহদত অৱস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত থকা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত এক চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ
নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অংশগ্ৰহণকৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে যশস্বী চিত্ৰশিল্পী লক্ষীপ্ৰভা শইকীয়াই । চিত্ৰশিল্পী,আবৃত্তিকাৰ লক্ষীপ্ৰভাই আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰি ভুয়সী প্ৰশংসা লাভ কৰি