Category: Assamese News

অভিনেত্ৰী কিয়াৰা আদৱানীয়ে বিয়াত এনে কি খাদ্য খালে যাৰ বাবে হ’ল পেটৰ অসুখ, বৃদ্ধা এগৰাকীয়ে মুখলৈ চাই আছিল কিয়াৰাৰ!

অভিনেত্ৰী কিয়াৰা আদৱানীয়ে বিয়াত এনে কি খাদ্য খালে যাৰ বাবে হ’ল পেটৰ অসুখ, বৃদ্ধা এগৰাকীয়ে মুখলৈ চাই আছিল কিয়াৰাৰ!

কিয়াৰা আদৱানীয়ে কয়, “২০১৯ চনত কবীৰ সিঙক মুক্তি দিয়া হৈছিল আৰু তাৰ পিছত মই প্ৰথমবাৰৰ বাবে অনুৰাগীসকলৰ প্ৰেমৰ ঢৌ অনুভৱ কৰিছিলো আৰু এই সকলোবোৰ বস্তু। কিয়াৰাৰ ছবি ভুল ভুলিয়া ২ শেহতীয়াকৈ মুক্তি পাইছে।কিয়াৰা আদৱানীয়ে তাইৰ অনুৰাগীৰ অনুসৰণ আৰু তাই কেনেকৈ তাইৰ সফলতা চম্ভালে তাৰ বিষয়ে মুকলি কৈছিল। এক সাক্ষাৎকাৰত কিয়াৰা

প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত গোচৰ

প্ৰতীক হাজেলাৰ বিৰুদ্ধে চি আই ডিত গোচৰ

অসমৰ কৰ্মস্থলী এৰি মধ্য প্ৰদেশলৈ যোৱা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া প্ৰতীক হাজেলা আইনী মেৰপেঁচত সোমাই পৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত ব্যাপক খেলিমেলি হোৱা বুলি উত্থাপিত হৈ অহা অভিযোগ আৰু এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত এতিয়া ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকী তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা দেখা দিছে৷ উল্লেখযোগ্য যে

গুৱাহাটী: পত্নীক যৌন আতিশায্য চলোৱাৰ অভিযোগত ভাৰাতীয়াই হত্যা কৰিলে মালিকক

গুৱাহাটী: পত্নীক যৌন আতিশায্য চলোৱাৰ অভিযোগত ভাৰাতীয়াই হত্যা কৰিলে মালিকক

গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।ভাৰতীয়াই ঘপিয়াই হত্যা কৰিলে মালিকক।ভাৰাতীয়াৰ পত্নীক যৌন আতিশায্য চলোৱাৰ গুৰুতৰ অভিযোগত দাৰে গুপ্তাঙ্গক্ষত কৰি হত্যা কৰে হেমধৰ বৰুৱাক।ভাৰাতীয়া ধৰণী ডেকাই এই ঘটনা সংঘটিত কৰি পত্নীসহিতে দিছপুৰ থানাত আত্ম সমৰ্পন কৰে।গুৱাহাটী কৃষ্ণ নগৰ বিক্ৰমপুৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।বিক্ৰমপুৰ ৪৫নম্বৰ বাসগৃহত সংঘটিত হয় এই ঘটনা।বাসগৃহৰ ওপৰৰ মহলাত পত্নীয়ে

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীক প্ৰহাৰ, জ্বলাই দিলে থানা

এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা থানাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীক প্ৰহাৰ, জ্বলাই দিলে থানা

বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত হয় পৰিস্থিতি। আনকি একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰে আৰক্ষীকো। জুই লগাই দিয়ে থানাৰ চৌহদ। মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম, ঘৰ বটদ্ৰৱাৰ চালনাবড়ী । শুকুৰবাৰে মাছৰ পোনা বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে যুৱক

গুণোৎসৱৰ প্ৰাকক্ষণত মৰিগাঁৱৰ ১১৪ খনকৈ বিদ্যালয় বান পানীৰ কবলত

গুণোৎসৱৰ প্ৰাকক্ষণত মৰিগাঁৱৰ ১১৪ খনকৈ বিদ্যালয় বান পানীৰ কবলত

কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা প্ৰথমটো ভয়াৱহ বান পৰিস্থিতিৰ লগতে মৰিগাঁও জিলাতো বান পৰিস্থিতিৰে অধিক জটিল হৈ উঠিছে। জিলাখনৰ প্ৰথমটো বানপানীৰ কবলত পৰিছে  মায়ং,ভূৰাগাওঁ, লাহৰীঘাটৰ লগতে মৰিগাঁও ৰাজহ চক্ৰ। জিলাখনত সৃষ্টি হোৱা বান পৰিস্থিতিয়ে কেইবাটাও মথাউৰিলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই অনাৰ লগতে খেতি ভূমিৰ বিস্তৰ ক্ষতি সাধন হৈছে।