Category: Assamese News

শিল সাঁকোৰ উচ্ছেদ ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ এবছু, টিএমপিকে আৰু জনজাতীয় সংঘৰ

শিল সাঁকোৰ উচ্ছেদ ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ এবছু, টিএমপিকে আৰু জনজাতীয় সংঘৰ

শুকুৰবাৰে গুৱাহাটীৰ প্ৰশাসনৰ দ্বাৰা কৰা উচ্ছেদ অভিযান সন্দৰ্ভত শিল সাঁকো উচ্ছেদ ক্ষেত্ৰত এবছু, টিএমপিকে আৰু জনজাতীয় সংঘৰ সদস্যসকলে উচ্ছেদ কৰা লোকসকলৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰে।  

হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক

হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক

বুধবাৰে নিশা হাতীগাঁও অঞ্চলত এটা ভুৱা আন্তঃৰাষ্ট্ৰীয় কল চেণ্টাৰ উৎখাত কৰা হৈছে। চোৰাংচোৱাৰ তথ্যৰ ওপৰত ভিত্তি কৰি, মহানগৰ আৰক্ষীয়ে প্ৰযুক্তি বিক্ৰী কৰাৰ অজুহাতত আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন আৰু ইউৰোপীয় নাগৰিকসকলক প্ৰতাৰিত কৰাৰ অভিযোগত ‘অ’এ বিজনেছ ছলিউচন’ নামৰ কল চেন্টাৰটোত অভিযান চলায়। অৱশ্যে কোম্পানীটোৱে বিক্ৰী কৰা প্ৰযুক্তিবোৰ কি জানিব পৰা হোৱা নাই বুলি

অহা ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ

অহা ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ

অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা হৈছে বলীউডৰ আটাইতকৈ চৰ্চিত দম্পতি। দুয়োজনে প্ৰায়ে তেওঁলোকৰ জীৱনশৈলীৰ বাবে সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ থাকে। কিন্তু, শেহতীয়াকৈ দুয়োৰে বিষয়ে এক বিশেষ কথা প্ৰচাৰ হ’বলৈ ধৰিছে। বলীউডৰ এই বহু চৰ্চিত যুটিটোৱে চলিত বৰ্ষৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে ২০১৯ চনত প্ৰেমৰ

মোগল সম্রাট ঔৰংগজেৱৰ সমাধিক্ষেত্র পাঁচ দিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত

মোগল সম্রাট ঔৰংগজেৱৰ সমাধিক্ষেত্র পাঁচ দিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত

মহাৰাষ্ট্রৰ ঔৰংগাবাদত মোগল সম্রাট ঔৰংগজেবৰ সমাধিক্ষেত্র সম্প্ৰতি পাঁচ দিন বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে ভাৰতীয় পুৰাতত্ত্ব সর্বেক্ষণে ।যোৱা মঙলবাৰে মহাৰাষ্ট্র নৱনির্মাণ সেনাৰ (এমএনএছ) মুখপাত্র গজানন কালে টুইট কৰি প্রশ্ন উত্থাপন কৰিছিল, ৰাজ্যত এই স্মৃতিসৌধ ৰখাৰ প্রয়োজনীয়তাক লৈ । এই সৌধ ধ্বংস কৰাৰ দাবীও জনাইছিল ।চলিত মাহৰ আৰম্ভণিতে এমআইএম নেতা আছাদউদ্দিন ৱেইচি

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰাম্য কল্যাণ সমিতিৰ পুথি উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰাম্য কল্যাণ সমিতিৰ পুথি উন্মোচন

গ্ৰাম্য কল্যাণ সমিতিৰ সভাপতি চাবিনা সৰকাৰ আৰু অখিল ভাৰতীয় দগন সেৱা আশ্ৰমৰ সম্পাদক হৰচিং হান্সেই গ্ৰাম্য কল্যাণ সমিতিয়ে গ্ৰাম্য সম্প্ৰদায়ৰ উন্নতিক লৈ যোৱা ২০ বছৰে কৰি অহা কামৰ সফলতা উদযাপন কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত এক তথ্য পুথি উন্মোচিত কৰে৷