Category: Assamese News

নগাঁৱৰ চলচলি শ্ৰীশ্ৰী জগৰাল সত্রৰ ভাওনা সমাৰোহ সম্পন্ন

নগাঁৱৰ চলচলি শ্ৰীশ্ৰী জগৰাল সত্রৰ ভাওনা সমাৰোহ সম্পন্ন

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি ব্ৰাহ্মণগাওঁস্থিত শ্ৰীশ্ৰী জগৰাল সত্রত বুধবাৰে নিশা তৃতীয়বাৰৰ বাবে অনুষ্ঠিত ভাওনা সমাৰোহ-২০২২ৰ অন্ত পৰে । অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়ালৈ শংখধ্বনি শিল্পী সমাজ, পুৰণিগুদামৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ”কেলিগোপাল” নাটখনি । ইয়াৰ পিছতে পুৰণিগুদামৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্রৰ শিল্পী সমাজৰ দ্বাৰা মঞ্চস্হ কৰা হয় “ত্রিলোচন বিজয়”

নগাঁৱৰ শালমৰা গাঁও পঞ্চায়তৰ মহিলাই নিজৰ গাঁঠিৰ ধনেৰে বানপীড়িত ৰাইজক সাহাৰ্য বিতৰণ

নগাঁৱৰ শালমৰা গাঁও পঞ্চায়তৰ মহিলাই নিজৰ গাঁঠিৰ ধনেৰে বানপীড়িত ৰাইজক সাহাৰ্য বিতৰণ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮০শতাংশ অঞ্চল বৰ্তমান বানৰ কবলত পৰিছে ৷ বানপীড়িত লোকসকলক সাহায্য বিতৰণৰ উদ্দেশ্যে আজি নগাওঁ জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী তথা শালমৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমৌ চাৰিআলিৰ একাংশ মহিলাই নিজৰ গাঁঠিৰ ধন খৰচ কৰি বানপীড়িত লোকসকলৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি সাহাৰ্য আগবঢ়ায় ।

দেহ ব্যৱসায়ক এক বৈধ বৃত্তি হিচাপে বিবেচনা উচ্চতম ন্যায়ালয়ৰ !

দেহ ব্যৱসায়ক এক বৈধ বৃত্তি হিচাপে বিবেচনা উচ্চতম ন্যায়ালয়ৰ !

উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীক যৌন কৰ্মীৰ কামত হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিছে। আদালতে যৌন কামক বৃত্তি হিচাপে বিবেচনা কৰি কয় যে প্ৰাপ্তবয়স্ক আৰু সন্মতিপূৰ্ণ যৌন কাম কৰা মহিলাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অপৰাধমূলক ব্যৱস্থা লোৱা উচিত নহয়। “যৌন কৰ্মীসকলও আইনৰ অধীনত মৰ্যাদা আৰু সমান সুৰক্ষাৰ অধিকাৰী,” শীৰ্ষ ন্যায়ালয়ে

নগাঁৱৰ বটদ্ৰৱা ঘটনাত নিজে আক্ৰমণৰ বলি হৈয়ো কনিষ্টবলৰ জীৱন বচাইছিল সাংবাদিক পদুম কলিতাই

নগাঁৱৰ বটদ্ৰৱা ঘটনাত নিজে আক্ৰমণৰ বলি হৈয়ো কনিষ্টবলৰ জীৱন বচাইছিল সাংবাদিক পদুম কলিতাই

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ ন ন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি এতিয়া একাংশ দল সংগঠনে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি পোহৰলৈ অহা তথ্য অনুসৰি উক্ত দিনা বটদ্ৰৱা আৰক্ষী থানা একাংশ সমাজ বিৰোধী তথা দুস্কৃতিকাৰীৰ আক্ৰমণৰ সময়ত শাৰীৰিকভাৱে নিৰ্যাতিত

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ চাৰি খেলুৱৈ

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নগাঁৱৰ চাৰি খেলুৱৈ

নিজৰ পাৰদৰ্শিতাৰে  ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিলে নগাৱঁৰ চাৰি খেলুৱৈয়ে। নগাঁও চহৰৰ পৰা ১০ কিল’মিটাৰ নিলগৰ ৰণথলি জলাহ গাঁৱৰ সুসন্তান বিদ্যুৎ বৰাই পাৱাৰলিফটিঙত পাৰদৰ্শিতা অৰ্জনেৰে গৃহ জিলা নগাঁৱৰ লগতে ৰাজ্যখনলৈ সন্মান কঢিয়াই আনিছে । অলপতে ছত্তিশগড়ৰ ঢালিৰাজহাৰত “ইণ্ডিয়ান পাৱাৰলিফটিং ফেডাৰেশ্যন”ৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৱাৰলিফটিং প্ৰতিযোগিতাত বিদ্যুত বৰাই ১২০ কিল’গ্ৰাম