Category: Assamese News
বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে বলীউডৰ পৰা সফলতাৰ ডেউকা মেলি হলীউড জগতলৈ যাবলৈ সক্ষম হৈছে। যেতিয়া আলিয়াৰ অনুৰাগীসকলে খবৰ পালে যে, নৱ বিবাহিত কাপুৰ পৰিয়ালৰ বোৱাৰীজনীয়ে হলীউডৰ এটা প্ৰকল্প পাইছে, তেওঁলোকৰ সুখৰ ঠিকনা নোহোৱা হ’ল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজেই নিশ্চিত কৰিছে যে তেওঁ হলীউডে আগবঢ়োৱা এটি প্ৰকল্পৰ বাবে ৰাওনা হৈছে। আলিয়া ভাটে
ক’ভিড তথা লকডাউনে কোঙা কৰা অসমৰ অৰ্থনীতি এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই। গাঁৱৰ চহা খেতিয়সকলৰ অৱস্থা যেনেকৈ তথৈবচ, ক্ষুদ্র ব্যৱসায়ীৰ পৰা আদি কৰি বিভিন্ন বৃত্তিধাৰীৰ সকলো লোক আর্থিকভাৱে ভীষণ জুৰুলা হৈ পৰিছে। এফালে ইউৰিয়া আদি সাৰ, পশুখাদ্য আদিৰ ব্যাপক মূল্যবৃদ্ধি আৰু বহু ক্ষেত্ৰত কৃত্ৰিম নাটনিয়ে কৃষক, পশু পালকসকলক বহু
মধ্য অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও চহৰত ক্ৰমশঃ বৃদ্ধি পাই অহা যানজঁটৰ সমস্যাই সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাইছে । দীৰ্ঘদিনীয়া এই সমস্যাটো ওৰ পেলোৱাৰ বাবে জিলা প্ৰশাসনে চহৰখনৰ দুৱাৰমুখ ক্ৰমে ডিমৰুগুৰি, মৰিকলং,লক্ষীনগৰ আৰু ধিং গেইট এই চাৰি স্থানত স্থায়ী গাড়ী ৰখোৱা আস্থান নিৰ্মাণ কৰিছে । কিন্তু এই আস্থান সমূহ থকা স্বত্বেও চহৰখনৰ
পুনৰ বিপদত! পৰ্ণ ছবি নিৰ্মাণেৰে দেশজুৰি কুখ্যাতি অৰ্জন কৰা বলীউড অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এইবাৰ অৰ্থনৈতিক অপৰাধৰ অভিযোগ উত্থাপন হৈছে। ED ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ অনুসৰি, পৰ্ণ চিনেমা নিৰ্মাণত ৰাজ কুন্দ্ৰাই বেআইনীভাৱে ধনৰ লেনদেন কৰিছিল।এক বাতৰি অনুসৰি, পেচাত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰৰে গোচৰ ৰুজু