দুলীয়াজানত লুন্ঠনৰ বলি হ’ল লখিমপুৰৰ যুৱক। লখিমপুৰৰ নাওবৈচাৰ তৰুণ গোস্বামী নামৰ যুৱকজনে দুলীয়াজানত বেচৰকাৰী ভাবে বিদ্যুতৰ কাম কৰিছিল৷ প্ৰায় ১৭ বছৰ কাম কৰি থকা তৰুণ গোস্বামীক উজ্বল শইকীয়া, মুকুল বৰুৱা, ৰছিদ আহমেদ নামৰ ব্যক্তি কেইজনে ’অইল’ত তেওঁক স্থায়ী চাকৰি দিয়াৰ প্ৰলোভন দি টকা বিচাৰে। তৰুণ গোস্বামীয়েও এই প্ৰৱঞ্চক চক্রৰ জালত
Category: Assamese News
জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত কপ’হুৱা গাঁৱৰ পঙ্কজ গগৈ নামৰ এজন বিবাহিত যুৱক কালিৰে পৰা নিৰুদ্দিষ্ট হৈছে। প্ৰয়াত ধনঞ্জয় গগৈৰ পুত্ৰই গাঁৱতে এখন গেলামালৰ দোকান দি জীৱন নিৰ্বাহ কৰিছিল। কালি যুৱকজনে সাপেখাতীত থকা বায়েক ভিনীহিয়েকৰ ঘৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও নিৰ্দিষ্ট স্থানত উপস্থিত নোহোৱাত আৰু যুৱকজনৰ মোবাইল ফোন
কৰণ জোহৰৰ মুক্তি পাবলগীয়া ছবি ‘জুগ জুগ জিঅ’ৰ ট্ৰেইলাৰ মুম্বাইত এক বিশাল অনুষ্ঠানত মুকলি কৰা হৈছে। য’ত পৰিচালক ৰাজ মেহতা, কৰণ জোহৰ ছবিখনৰ সমগ্ৰ কলাকুশলী তথা অভিনেতা অভিনেত্ৰীসকল কিয়াৰা আদৱানী, বৰুণ ধাৱান, নীতু কাপুৰ, অনিল কাপুৰ আৰু মনীষ পল আৰু অপূৰ্ব মেহতাও উপস্থিত থাকে। চিনেমাখনৰ গোটেই দলটোক পৰম্পৰাগত পোছাকত দেখাৰ ফলত অনুৰাগীসকলে
ডাউনত আমাজন প্ৰাইমৰ জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তে মানুহক যথেষ্ট মনোৰঞ্জন দিছিল।জীতেন্দ্ৰ কুমাৰ,নীনা গুপ্তা আৰু ৰঘুবীৰ যাদৱ অভিনীত পঞ্চায়তে মানুহক কঠিন সময়তো এক পৃথক ৰস দিবলৈ সক্ষম হৈছিল।সেইবাবে দ্বিতীয় ছিজনৰ বাবে যথেষ্ট আগ্ৰহেৰে অপেক্ষা কৰি আছিল চলচ্চিত্ৰ প্ৰেমী সকলে। সেয়েহে এই চুপাৰহিট ৱেবছিৰিজৰ দ্বিতীয় চিজনৰ মুক্তিৰ লগে লগে সৰ্বত্ৰে লাভ কৰিছে
নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত কালি জিলাখনৰ অাগশাৰীৰ ছ’ছাঁ অকাডেমীৰ এটি শাখা শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী মৃদুল কুমাৰ কলিতাই । ছ’ছাঁ অকাডেমীৰ সম্পাদক নিতুল শইকীয়াই আঁত ধৰা সভাখনিত বিশিষ্ট সমাজকৰ্মী পংকজ কুমাৰ মুদৈকে ধৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে