মৰিয়নি আঞ্চলৰ বিভিন্ন চাহ বাগিচা ,ইটাভাতাৰ লগতে বিভিন্ন উদ্যোগত কাম কৰিবৰ বাবে শ্ৰমিকসকলক প্ৰায়েই মালবাহী বাহনত অনা-নিয়া কৰা দেখা যায় । পুৰুষ মহিলা উভয় শ্রমিকক মালবাহী ট্রাক, মিনি ট্রাক, ট্ৰেক্টৰ আদিত গৰু ছাগলীৰ দৰে অনা নিয়া কৰা পৰিলক্ষিত হৈ আহিছে । এনেকৈ শ্রমিক অনা নিয়া কৰাৰ ফলত পূৰ্বে একাধিক দূৰ্ঘটনা
Category: Assamese News
ইণ্ডিয়ান ইয়ঙ ইনভেটৰ্চ এণ্ড ইনভেটৰ্চ চেলেঞ্জত অংশগ্রহণ কৰি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ খোজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুই শিক্ষার্থী ক্রমে উপাসনা বৰুৱা আৰু অলি চাবুকধৰা নামৰ দুই শিক্ষার্থীয়ে Food and Nutrition বিষয়ৰ লগত সংগতি ৰাখি ভীমকলৰ পৰা অভিনৱ কৌশলেৰে গুড় প্রস্তুত কৰি ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহলৈ নির্বাচিত হৈছে। উল্লেখ যে চলিত মাহৰ
একাংশ উন্মাদ লোকে আইন হাতত তুলি নগাঁও জিলাৰ বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ ন ন তথ্য উদ্ঘাটন হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই ঘটনাৰ আঁৰত ড্ৰাগ্ছ মাফিয়া, ডকাইতৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত জড়িত একাংশ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ লগতে বৰদোৱাত ব্যাপক হাৰত চলি থকা বেদখলৰ কথাও চৰ্চালৈ আহিছে৷ আজি নগাঁও জিলাৰ আৰক্ষী
মাদ্ৰাছা শব্দটো অস্তিত্বহীন হ’ব লাগে আৰু সকলো বিদ্যালয়তে আধুনিক শিক্ষা থাকিব লাগে।মানৱ অধিকাৰ উলংঘা কৰি শিশুসকলক মাদ্ৰাছাত ভৰ্তি কৰোৱা হয়।দেওবাৰে দিল্লীত পঞ্চজন্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ দ্বাৰা আয়োজিত ‘মিডিয়া মহামন্থন’ নামৰ এক অনুষ্ঠানত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”যেতিয়ালৈকে “মাদ্ৰাছা” শব্দটো বিদ্যমান, শিশুসকলে চিকিৎসক
পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰি চূড়ান্ত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে৷ উল্লেখযোগ্য যে পূৰ্বে যান-বাহনৰ গতিবেগত কেবিনেটে অনুমোদন জনাই ৰাইজৰ মতামত গ্ৰহণ কৰিছিল৷ মতামত গ্ৰহণ কৰাৰ অন্তত আজি দিছপুৰত অনুষ্ঠিত কেবিনেটত ফ’ৰলেন হাইৱে’, ৰাজ্যিক ঘাইপথ আৰু পৌৰসভা এলেকাত যান-বাহনৰ গতিবেগত চূড়ান্ত অনুমোদন জেনাৱা হৈছে৷ কেবিনেটে চাহ বাগিচাত নিৰ্মাণ