Category: Assamese News

পথৰ দুৰৱস্থা আৰু কৃত্ৰিম বানক লৈ শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ

পথৰ দুৰৱস্থা আৰু কৃত্ৰিম বানক লৈ শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ

আহোম স্বৰ্গদেউ সকলে নিৰ্মাণ কৰোৱা শিৱসাগৰৰ ঐতিহাসিক দুৱৰণী আলিৰ দুৰৱস্থা।স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে।স্থানীয় বিধায়ক মূর্দাবাদৰ ধ্বনিৰে উত্তাল মেটেকা আমগুৰি গাওঁ।উল্লেখযোগ্য যে শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ আমগুৰি মেটেকাবাসী ৰাইজৰ যাতায়তৰ বাবে একমাত্ৰ পথ হৈছে ঐতিহাসিক দুৱৰণী আলি।কিন্তু বৰ্তমান এই ঐতিহাসিক দুৱৰণী আলি

ভূমিস্খলন-বানৰ বাবে ব্যাহত ৰে’লসেৱা

ভূমিস্খলন-বানৰ বাবে ব্যাহত ৰে’লসেৱা

ভূমিস্খলন-বানৰ বাবে ব্যাহত ৰে’লসেৱা।বান পৰিস্থিতিৰ বাবে আশিংকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল।সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা। আংশিকভাৱে বাতিল কৰা ৰে’লসমূহ– 13173 নং লামডিং–আগৰতলা অভিমুখী আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ। 13174 নং আগৰতলা–লামডিং অভিমুখী শিয়ালদহ–কাঞ্চনজংঘা এক্সপ্ৰেছ। 13175 নং লামডিং–শিলচৰ অভিমুখী শিয়ালদহ– শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ। 13176 নং শিলচৰ–লামডিং অভিমুখী শিলচৰ–শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ। 12515

গুৱাহাটীৰ ডাউনটাউন চিকিৎসালয়ৰ সন্মুখত ডিভাইডাৰ খোলাৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ

গুৱাহাটীৰ ডাউনটাউন চিকিৎসালয়ৰ সন্মুখত ডিভাইডাৰ খোলাৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ

বৃহত্তৰ সৰু মটৰিয়া, হেঙেৰাবাৰী, দ্বাৰকা নগৰ আৰু মথুৰা নগৰ অঞ্চলৰ স্থানীয় বাসিন্দাসকলে মঙলবাৰে গুৱাহাটীৰ ডাউনটাউন চিকিৎসালয়ৰ সন্মুখত ডিভাইডাৰ খোলাৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰে।  

গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলৰ বৃহৎ প্ৰতিবাদ

গুৱাহাটীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলৰ বৃহৎ প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে মঙলবাৰে গুৱাহাটীৰ চিলসাঁকো বিলত উচ্ছেদ অভিযানৰ বিৰুদ্ধে চচ্লত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।