Advertisement

Category: Assamese News

নগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

নগাঁৱৰ চামগুৰিত চছাঁ অকাডেমীৰ শাখা উদ্বোধন,পাঞ্জা সংস্থাৰ ৰাজ্যিক সমিতি গঠন

নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত কালি জিলাখনৰ অাগশাৰীৰ ছ’ছাঁ অকাডেমীৰ এটি শাখা শুভ উদ্বোধন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী মৃদুল কুমাৰ কলিতাই । ছ’ছাঁ অকাডেমীৰ

সংগীত বিষয়ত পি এইচ ডিগ্ৰীপ্ৰাপ্ত নগাঁৱৰ জামুগুৰিৰ কল্পিতা দেৱীক কবি সন্মিলনৰ সম্বৰ্ধনা

সংগীত বিষয়ত পি এইচ ডিগ্ৰীপ্ৰাপ্ত নগাঁৱৰ জামুগুৰিৰ কল্পিতা দেৱীক কবি সন্মিলনৰ সম্বৰ্ধনা

ক’লকাতাৰ বি টি ৰ’ডত অৱস্থিত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ কল্পিতা দেৱীক ভ’কেল মিউজিকত সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে । ক’লকাতাৰ নুপুৰ গাংগুলীৰ তত্বাৱধনাত অধ্যয়ন

কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ,মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ

কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ,মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ

“কম দিনৰ ভিতৰতে বিটিচিত বিপিএফে পুনৰ গঠন কৰিব চৰকাৰ৷মিত্ৰজোঁটৰ ১২ জন পাৰিষদৰ সহযোগত গঠন কৰিব চৰকাৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত হোৱা আলোচনা প্ৰক্ৰিয়া শেষ হৈছে ৷ উপ নিৰ্বাচনৰ পিছতে বিটিচিত

সাপেখাতীত আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা সা‍ঁত যুৱকক আৰক্ষীৰ আটক

সাপেখাতীত আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা সা‍ঁত যুৱকক আৰক্ষীৰ আটক

আলফা (স্বাধীন) লৈ অসমৰ যুৱক যুৱতীৰ সোঁত ববলৈ ধৰাত অসম আৰক্ষীৰ লগতে অসমৰ প্ৰশাসন চিন্তিত হৈ পৰা সময়তে চৰাইদেউ জিলাৰ সাতজনকৈ যুৱক আলফা সংগঠনত যোগদান কৰিবলৈ যোৱা অৱস্থাত অসম-অৰুণাচল -নাগালেণ্ড

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ বিধানসভাৰ উপাধ্যক্ষৰ উপস্থিতিত কেইবাগৰাকীৰো মনোনয়ন দাখিল

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনঃ বিধানসভাৰ উপাধ্যক্ষৰ উপস্থিতিত কেইবাগৰাকীৰো মনোনয়ন দাখিল

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি হল অন্তিম দিন।আজি অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত বোকাজানৰ নিৰ্বাচনী বিষয়াৰ হাতত বিজেপিৰ বৰজান সমষ্টিৰ সূৰ্য ৰংফাৰ বোকাজান সমষ্টিৰ